ETV Bharat / city

দেৱালী উপলক্ষ্যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী

দেৱালী উপলক্ষ্যে জনসাধাৰণলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী ৷ আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণলৈ জাননী প্ৰেৰণ বৰ্ডৰ ৷

জনসাধাৰণলৈ দেৱালী উপলক্ষ্যে জাননী
অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী
author img

By

Published : Nov 7, 2020, 10:21 PM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ : ৰাজহুৱা স্বাস্থ্য আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দেৱালীত আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৷

লগতে বৰ্ডে জানিবলৈ দিয়ে যে, এনে আতচবাজীৰ পৰা হোৱা পৰিৱেশ তথা শব্দ প্ৰদূষণে ক'ভিডত আক্ৰান্তত ৰোগীৰ স্বাস্থ্যত ব্যাপক প্ৰভাৱ পেলাব ৷ সেয়েহে সকলোকে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকি বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৷

লগতে পঢ়ক : বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.