গুৱাহাটী, ২ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ পৰিছে প্ৰচাৰ সভাৰ জৰিয়তে জনসাধৰণৰ মন জয় কৰাৰ লগতে মঠ-মন্দিৰত গৈ ভগৱানৰ আশিষ লোৱাত । মঙলবাৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত উপস্থিত হয় গুৱাহাটীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা । আগন্তুক নিৰ্বাচনৰ বাবে ভগৱানৰ আশিষ ল'বলৈ মন্দিৰত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ।
দৌল গোবিন্দত সেৱা জনালে ববিতা শৰ্মাই - উত্তৰ গুৱাহাটী
"আমি সমালোচনা কৰি সময় অবাবত কৰিব নোখোজোঁ, আমি কামৰ মানুহ । কাম কৰি আমি আমাৰ পৰিচয় দিব বিচাৰো । অসমৰ ৰাইজে পৰিবৰ্তন বিচাৰিছিল, কিন্তু পৰিবৰ্তন নাপালে ৰাইজে ৷"
দৌল গোৱিন্দত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা
গুৱাহাটী, ২ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ পৰিছে প্ৰচাৰ সভাৰ জৰিয়তে জনসাধৰণৰ মন জয় কৰাৰ লগতে মঠ-মন্দিৰত গৈ ভগৱানৰ আশিষ লোৱাত । মঙলবাৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত উপস্থিত হয় গুৱাহাটীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা । আগন্তুক নিৰ্বাচনৰ বাবে ভগৱানৰ আশিষ ল'বলৈ মন্দিৰত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ।
SLUG= NORTH GHY DOULGOVINDA AT BABBEETA SHARMA*
👉মনোনয়ন পত্ৰ দাখিলৰ পিছতে প্ৰভু দৌল গোৱিন্দৰ আশীষ ল'লে ববিতা শৰ্মাই ।
👉মহাপ্ৰভু দৌল গোৱিন্দৰ আশীষ লৈ ভোটাৰৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ।
👉ৰাইজে মিত্থাচাৰৰ বিৰুদ্ধে ভোট দিব বুলি আশা প্ৰকাশ ।
👉সমালোচনাৰ ৰাজনীতিৰ বিপৰিতে উন্নয়নৰ ৰাজনীতি কৰাৰ কথা ঘোষনা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ।