গুৱাহাটী, 16 আগষ্ট : চকু চিকিৎসক আৰু গ্ৰাহকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ জনপ্ৰিয় চশমাৰ কোম্পানী মাচ চোৱন অপৰ্টিকা প্ৰাইভেট লিমিটেডে শুকুৰবাৰে মহানগৰীৰ পল্টনবজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰথমখন বিপনী ৷ ড০ স্পেকটেকল নামৰ বিভিন্ন ধৰণৰ চশমা উপলব্ধ হ'ব লগা এই বিপণীখনত পৰৱৰ্তী সাত দিনৰ বাবে বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হোৱাৰ কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় চেলচ প্ৰৱন্ধক হিমাংশু দাসে ৷ উল্লেখযোগ্য যে, দৰিদ্ৰ ৰোগীসকলৰ বাবে অতি কম খৰচতে চশমা প্ৰদানৰ ব্যৱস্থাৰ লগতে ৰাজ্যৰ থলুৱা যুৱক-যুৱতীক সংস্থাপনৰ ক্ষেত্ৰতো কোম্পানীটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কয় কোম্পানীটোৰ বাণিজ্যিক উন্নতিকৰণ প্ৰৱন্ধক অজয় দাসে ৷
এশ শতাংশ থলুৱা নিযুক্তিৰে মহানগৰীত মুকলি DR. SPECTACLR - mas one optirca private limited
বিশ্বৰ জনপ্ৰিয় চশমাৰ কোম্পানী মাচ চোৱন অপৰ্টিকা প্ৰাইভেট লিমিটেডে শুকুৰবাৰে মহানগৰীৰ পল্টনবজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰথমখন বিপনী ৷ দৰিদ্ৰ ৰোগীসকলৰ বাবে অতি কম খৰচতে চশমা প্ৰদান, থলুৱা যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্য অনুষ্ঠানটোৰ ৷
![এশ শতাংশ থলুৱা নিযুক্তিৰে মহানগৰীত মুকলি DR. SPECTACLR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4155562-thumbnail-3x2-opt.jpg?imwidth=3840)