ETV Bharat / city

কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড : তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড
author img

By

Published : Jun 11, 2020, 12:54 PM IST

গুৱাহাটী, 11 জুন : কাৰ দায়িত্বহীনতাৰ বাবে বাঘজানৰ তৈল খাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল ? এই সমস্ত ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জাৰি কৰে এই তদন্তৰ নিৰ্দেশ ।

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে । পোন্ধৰ দিনৰ ভিতৰত এই সমস্ত ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে ।

লগতে পঢ়ক : ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.