ETV Bharat / city

যাত্ৰীৰ সুবিধাৰ বাবে ৰেল বিভাগৰ "ইউ টি এছ" এপ মুকলি - উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নতুন এপ মুকলি

নতুন এপ'টোৰ জৰিয়তে ৰে'ল ষ্টেচনৰ ৫ কিঃমিঃ ব্যসাৰ্দ্ধৰ ভিতৰতহে যাত্ৰীয়ে বুকিং কৰিব পাৰিব টিকট ৷ ভৰিব নালাগে কোনো অতিৰিক্ত ধন ৷

যাত্ৰীৰ সুবিধাৰ বাবে ৰেল বিভাগৰ "ইউ টি এছ" এপ মুকলি
author img

By

Published : Nov 2, 2019, 6:21 PM IST

গুৱাহাটী, 2 নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ আচঁনিৰ অংশস্বৰূপে উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ই গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ ৷ শনিবাৰে ৰেলযাত্ৰীসকলৰ সুবিধাৰ্থে 'ইউ টি এছ' নামৰ এক নতুন অনলাইন টিকট ক্ৰয় এপ মুকলি কৰিলে উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ৷ এই 'ইউ টি এছ' এপৰ জৰিয়তে কোনো অতিৰিক্ত ধন নভৰাকৈ ৰে'ল ষ্টেচনৰ ৫ কিঃমিঃ ব্যসাৰ্দ্ধৰ ভিতৰত যাত্ৰীয়ে বুক কৰিব পাৰিব ৰেলৱে টিকট ৷

প্ৰথম পৰ্যায়ত এই এপটো চুটি যাত্ৰীবাহী ৰে'লসমূহৰ বাবে মুকলি কৰা হৈছে ৷ ইফালে এই "ইউ টি এছ" এপত মাহেকীয়া হিচাপত টিকট বুক কৰাৰো সুবিধা দিয়া হৈছে যাৰ ফলত নিয়মীয়া ৰেলযাত্ৰীসকল বিশেষভাৱে লাভান্বিত হব ৷ যাত্ৰীসকলক "ইউ টি এছ" এপ ডাউনল'ড কৰি ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

এপ'টোৰ জৰিয়তে ৰে'ল ষ্টেচনৰ ৫ কিঃমিঃ ব্যসাৰ্দ্ধৰ ভিতৰতহে যাত্ৰীয়ে বুকিং কৰিব পাৰিব টিকট

Intro:ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ অংশ স্বৰূপে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ আন এক পদক্ষেপ। যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূৱ সীমান্ত ৰেলৱে মুকলি কৰিলে এটা নতুন এপ'। 'ইউ টি এছ' নামৰ এই এপ'টো জৰিয়তে সাধাৰণ যাত্ৰীয়ে অনলাইনত ক্ৰয় কৰিব পাৰিব টিকট। টিকটৰ বাবদ যাত্ৰীয়ে ভৰিব নালাগে কোনো অধিক ধন। ৰে'ল ষ্টেচনৰ ৫ কিঃমিঃ ব্যসাৰ্দ্ধৰ ভিতৰতহে যাত্ৰীয়ে ল'ব পাৰিব এই অনলাইন সুবিধা। প্ৰথম পৰ্যায়ত চুটি যাত্ৰীবাহী ৰে'লসমূহৰ বাবে মুকলি কৰা হৈছে এই নতুন এপ'টো। ইফালে এই এপ'টোৰ দ্বাৰা নিয়মীয়া যাত্ৰীসকল বিশেষ লাভান্বিত হ'ব। কিয়নো মাহেকীয়া হিচাপেও টিকট ক্ৰয় কৰাৰ এক সুবিধা দিয়া হৈছে এপ'টোত। যাত্ৰীসকলক এপ'টো ডাউনলোড কৰি এই সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনালে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.