ETV Bharat / city

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

author img

By

Published : Oct 31, 2019, 3:30 PM IST

চৰ্দাৰ বল্লভ ভাই পেটেলৰ দেশ গঠনত আগবঢ়োৱা অৰিহণাৰ প্ৰতি স্মৰণ কৰি সমগ্ৰ দেশত বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে উলিওৱা হয় একতাৰ দৌৰ।

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

গুৱাহাটী, 31 অক্টোবৰঃ আধুনিক ভাৰতৰ নিৰ্মাতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি জন্মজয়ন্তী। দেশজুৰি সোঁৱৰণ চৰ্দাৰ বল্লভ ভাই পেটেলক ৷ লৌহ মানৱ গৰাকীক শ্ৰদ্ধা জনাই ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন জিলাত, জিলা প্ৰশাসনৰ উদ্যাগত আয়োজন কৰা হয় 'একতাৰ দৌৰ' কাৰ্যসূচী ৷ বিভিন্ন প্ৰান্তত উদযাপন কৰা একতাৰ দৌৰ কাৰ্যসূচী সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

Intro:Body:*ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন--জিলা প্ৰশাসনৰ উদ্যোগত সামূহিক দৌৰ*

Story-EKTA_DIVAS
Ananta Smith
Sivasagar
31st October

আধুনিক ভাৰতৰ নিৰ্মাতা চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মজয়ন্তী।স্বাধীনতাৰ পাছত ভাৰত উপমহাদেশৰ সমগ্ৰ ভূ-খণ্ড এক শাসন প্ৰণালীৰ মাজলৈ আনিবলৈ চৰ্দাৰ পেটেলে যি ভূমিকা গ্ৰহণ কৰিছিল তাৰ ফলত আজিৰ আধুনিক ভাৰত বৰ্তমান।পেটেলৰ এনে প্ৰয়াস আৰু অৰিহণাৰ বাবে তেওঁক লৌহ মানৱ আখ্যা দিয়া হয়।

চৰ্দাৰ বল্লভভাই পেটেলৰ দেশ গঠনত আগবঢ়োৱা অৰিহণাৰ কথা স্মৰণ কৰি সমগ্ৰ দেশত আজিৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বাহিৰ কৰা হয় একতা দৌৰ।শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী,১৪৯ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান,বিভিন্ন আত্মসহায়ক গোটৰ মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়ে এই দৌৰত অংশগ্ৰহণ কৰে।জিলা উপায়ুক্ত কাৰ্যালয়ত দৌৰ সমাপ্ত কৰি ভাৰত মাতাৰ জয়ধ্বনি দি একতা দৌৰ সমাপ্ত কৰা হয়।ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি দিনত শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত চিত্ৰাংকণ প্ৰতিযোগিতা,বাটৰ নাট আদিৰ আয়োজন কৰা হৈছে।

Bite-জিলা উপায়ুক্ত
Bite-বয়োজেষ্ঠ মহিলাConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.