ETV Bharat / city

এইবাৰ ড্ৰাগছৰ সৰবৰাহত লিপ্ত হৈছে কিশোৰী - এইবাৰ ড্ৰাগছৰ সৰবৰাহত লিপ্ত হৈছে কিশোৰী

অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত শেহতীয়াকৈ গা-কৰি উঠিছে ড্ৰাগছৰ চোৰাং বেহাই ৷ এটা শক্তিশালী চোৰাং ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই এইবাৰ লক্ষ্য কৰি লৈছে কিশোৰীক ৷ শনিবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত এগৰাকী কিশোৰীৰ পৰা 30 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৰেলৱে আৰক্ষীয়ে ৷

ড্ৰাগছৰ সৰবৰাহত লিপ্ত হৈ পৰিছে কিশোৰী
author img

By

Published : Oct 26, 2019, 5:55 PM IST

গুৱাহাটী, 26 অক্টোবৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত গা-কৰি উঠিছে চোৰাং ড্ৰাগছৰ এখন বৃহৎ বজাৰ ৷ নাগালেণ্ডৰ পৰা নিয়ন্ত্ৰিত হোৱা এই ড্ৰাগছৰ চোৰাং বজাৰখনত শেহতীয়াকৈ জড়িত হৈ পৰিছে একাংশ কিশোৰ-কিশোৰী ৷

Drugs seized at guwahati railway station news, Drugs guwahati railway station news update, guwahati minor girl with drugs, minor girls and drugs news update, railway police drugs news update, ড্ৰাগছ উদ্ধাৰ, মহানগৰীত ড্ৰাগছৰ বেহা, কিশোৰীৰ পৰা ড্ৰাগছ উদ্ধাৰ, গুৱাহাটী ৰেলৱে ষ্টেচনত ড্ৰাগছ জব্দ শেহতীয়া নিউজ, গুৱাহাটী কিশোৰীৰ পৰা ড্ৰাগছ জব্দ নিউজ, কামৰূপ এক্সপ্ৰেছত ড্ৰাগছ নিউজ, কামৰূপ এক্সপ্ৰেছ কিশোৰী ড্ৰাগছ নিউজ
উদ্ধাৰ হোৱা ড্ৰাগছখিনি

লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে ড্ৰাগছ,আৰু ইয়াৰ বাবে গুৱাহাটী ৰেলৱে ষ্টেচনক যোগসূত্ৰ কৰি লৈছে ড্ৰাগছ ব্যৱসায়ীসকলে ৷ বিগত বৰ্ষৰ লগতে চলিত বৰ্ষটো গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ হৈছে কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ আটাইতকৈ উদ্বেগজনক কথাটো হৈছে আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ ড্ৰাগছ সৰবৰাহৰ বাবে ইয়াৰ অন্তৰালত থকা চক্ৰটোৱে জড়িত কৰাইছে একাংশ কিশোৰ-কিশোৰীক ৷ শনিবাৰে পুনৰ গুৱাহাটী ৰেলৱে আৰক্ষীয়ে ষ্টেচনৰ পৰাই জব্দ কৰে 30 লক্ষাধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে নামনিমুৱা কামৰূপ এক্সপ্ৰেছত এগৰাকী কিশোৰীৰ পৰা 12 হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ ডিমাপুৰৰ পৰা পশ্চিমবংগৰ মালদালৈ নিবলৈ এইদৰে কিশোৰীৰ হতুৱাই চক্ৰটোৱে প্ৰেৰণ কৰিছিল ড্ৰাগছখিনি ৷

গুৱাহাটী ষ্টেচনত ড্ৰাগছ জব্দ

লগতে পঢ়কঃ চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত শেহতীয়াকৈ গা-কৰি উঠিছে নিষিদ্ধ ড্ৰাগছৰ এটা শক্তিশালী চক্ৰই ৷ নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ সৈতে চক্ৰটোৱে জড়িত কৰাইছে কিশোৰীক ৷ শনিবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ হোৱা ড্ৰাগছখিনিয়ে এই কথা পুনৰবাৰ প্ৰমাণ কৰি তুলিছে ৷ অৱশ্যে ৰেলৱে আৰক্ষী নিশিদ্ৰ পহৰা তথা তালাচীৰ বাবে বহুসময়ত এইসমূহ চক্ৰ উৎখাত হৈ আহিছে যদিও বহু পৰিমাণৰ ড্ৰাগছ ধৰা নপৰাকৈয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে ৷

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ, এগৰাকী কিশোৰী আটক

Body:শনিবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেল ৰেলৰ পৰা
12 হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা নিচাযুক্ত টেবলেটৰ মূল্য ভাৰতৰ বজাৰত প্ৰায় 30 লাখ টকা বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে । নিচাযুক্ত টেবলেট সৰবৰাহকাৰীৰ ৰেল আৰক্ষীয়ে আটক কোৰিবলৈ সক্ষম হৈছে। এগৰাকী কিশোৰী আটক উক্ত পৰিমাণৰ নিচাযুক্ত টেবলেট ডিমাপুৰৰ পৰা পশ্চিম বংগৰ মালদাৰলৈ গৈ আছিল।

পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচা যুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এই সৰবৰাহ অব্যাহত আছে ।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.