ETV Bharat / city

বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদানৰ দাবী বদৰুদ্দিন আজমলৰ

বহিঃৰাজ্যৰ পৰা ওভতি অহা শ্ৰমিক সকলে কৰ্মসংস্থান নোহোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উভতি অহা শ্ৰমিক সকলক চৰকাৰে এম জি এনৰেগা আঁচনিৰ জৰিয়তে উপাৰ্জনৰ পথৰ ব্য়ৱস্থা কৰি দিব লাগে বুলি আহ্বান জনাই সাংসদ বদৰুদ্দিন আজমলে ৷

ETV BHARAT
বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদানৰ দাবী বদৰুদ্দিন আজমলৰ
author img

By

Published : May 31, 2020, 10:53 PM IST

গুৱাহাটী, 31 মেঃ বহিঃৰাজ্যৰ পৰা ওভতি অহা শ্ৰমিকসকলক কৰ্মসংস্থাপন দিবলৈ চৰকাৰক আহ্বান ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ আহ্বান ৷

কৰ'ণা মহামাৰীৰ বাবে হোৱা লকডাউনৰ ফলত বহিঃৰাজ্যত হাজাৰ-হাজাৰ শ্ৰমিকৰ লগতে বহু লোক আৱদ্ধ হৈ আছে ৷ চৰকাৰে ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ওভতাই আনিবলৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে বহু শ্ৰমিক ৰাজ্যলৈ উভতিও আহিছে ৷ উভতি অহা শ্ৰমিক সকলে কৰ্মসংস্থান নোহোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

আনহাতে ইতিমধ্যে বিভিন্ন ৰাজ্যত চৰকাৰে এনৰেগা আঁচনিৰ জৰিয়তে শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ ঠিক একেদৰে এই সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অন্যান্য ৰাজ্যৰ দৰে অসমতো অসম চৰকাৰে বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা শ্ৰমিকসকলক এম জি এনৰেগা আঁচনিৰ জৰিয়তে উপাৰ্জনৰ পথৰ ব্য়ৱস্থা কৰি দিব লাগে ৷

বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদানৰ দাবী বদৰুদ্দিন আজমলৰ

অসম চৰকাৰে যাতে এইসকল শ্ৰমিকৰ বাবে শীঘ্ৰেই আঁচনি আৰম্ভ কৰি শ্ৰমিকসকলৰ সমস্যা সমাধান কৰে তাৰ বাবে চৰকাৰক আহ্বান জনায় সাংসদগৰাকীয়ে । তাৰোপৰি অসমত বলীয়া বানে ক্ষতিসাধন কৰা লোকক পৰ্যাপ্ত সাহায্য, খাদ্য সামগ্ৰী আগবঢ়াবলৈ আহ্বান জনায় ৷ যিসমূহ পথৰ বিস্তৰ ক্ষতি হৈছে সেইবোৰ পথ অতি শীঘ্ৰে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ চৰকাৰক আহ্বান জনায় সাংসদ বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক-কামপুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.