ডুমডুমাত প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অনুষ্ঠিত ব্যতিক্ৰমী পদক্ষেপ । বিশিষ্ট ব্যৱসায়ীয়ে পালন কৰিলে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী । | Read More
অসম নিউজ - Live Updates Tue Nov 05 2024: Assam Today’s Latest News
Published : Nov 5, 2024, 8:30 AM IST
|Updated : Nov 5, 2024, 11:03 PM IST
সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান
আলফাই বিচাৰিলে 300 কোটিৰ ছটা প্ৰকল্প: হয়ভৰ দিলে কেন্দ্ৰীয় গৃহ সচিবে
কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুস্থিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত ভাগ ল'লে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে । | Read More
অসম চিকিৎসা মহাবিদ্যালয়ত যুদ্ধসদৃশ পৰিৱেশ
অসম চিকিৎসা মহাবিদ্যালয় সংযোগী জালান চাহ বাগিচাৰ এটা পথ বন্ধ কৰি দিয়াক লৈ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি । | Read More
প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি দীঘলীপুখুৰীত জ্বলিল ১০ হাজাৰ গছি বন্তি
ভূপেন দা বিহীনভাৱে অসমবাসীয়ে অতিক্ৰম কৰিলে সুদীৰ্ঘ ১৩ টা বছৰ । বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ ৰাজ্যজুৰি স্মৰণ । | Read More
বাজেট ৫ কোটি, অভ্যাগত ৬ হাজাৰ, মণ্ডপত ৰাছিয়ান সুন্দৰী: এইখন অসমৰে এখন চৰ্চিত বিয়া
এখন ব্যয়বহুল বিয়া । বিয়াৰ বাজেট শুনিলে হয়তো আচৰিত হ'ব । আমন্ত্ৰিত অতিথিও সহস্ৰাধিক । আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰাছিয়ান সুন্দৰী । ক'ত এই বিয়া ? | Read More
উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ
গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰে । হুংকাৰ ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ | Read More
মঞ্চৰ সন্মুখত 'বিমূৰ্ত প্ৰেম'ৰ নায়িকাক দেখি হঠাতে কি কৰিছিল ভূপেন হাজৰিকাই ?
এবাৰ এটা অনুষ্ঠানত ভূপেন দাই 'সাগৰ সংগমত' গীতটি গাই থাকোতেই মঞ্চৰ সন্মুখত বিমূৰ্ত প্ৰেমৰ নায়িকাক মঞ্চৰ পৰা হঠাতে দেখা পালে । তাৰ পিছত... | Read More
তিনিচুকীয়া পৌৰসভাত ক্ষমতাকেন্দ্ৰিক যুঁজ: গেঁঠেলা মাৰিলে উন্নয়নে
মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে তিনিচুকীয়া পৌৰসভাই । ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবে উন্নয়নত হেঙাৰ হৈছে বাণিজ্যিক চহৰ তিনিচুকীয়াৰ ৷ | Read More
চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত কইনাধৰাত কেন্দ্ৰীয় গৃহ সচিবৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক
কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে । চাৰিখনকৈ চুক্তি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয় । | Read More
আলহী পক্ষী আমুৰ ফেলকনক আদৰিবলৈ সাজু উত্তৰ-পূব ভাৰত
আমুৰ ফেলকন বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘলীয়া যাত্ৰা কৰা পক্ষী আৰু বছৰৰ এই সময়ছোৱাত ভাৰতৰ উত্তৰ-পূবৰ এই অঞ্চলসমূহলৈ লাখ লাখ আমুৰ ফেলকন আহে । | Read More
দীঘলীপুখুৰীৰ পাৰৰ গছকেইজোপা থাকিবনে ! এসপ্তাহৰ ভিতৰত শপতনামা দিবই লাগিব চৰকাৰে
প্ৰতিবাদৰ মাজতে ভাল খবৰ । দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ চৰকাৰক ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । | Read More
উচ্চস্তৰীয় সমিতিৰ তালিকা সাহিত্য সভাৰ বাবে অশনি সংকেত: ডঃ অনিল শইকীয়া
সংবাদ মাধ্যমত ওলোৱা তালিকাখন কেতিয়াও গ্ৰহণযোগ্য নহয়, এয়া সাহিত্য সভাৰ বাবে অশনি সংকেত । অসম সাহিত্য সভাৰ বিষয়বাবকেন্দ্ৰিক সংঘাত সন্দৰ্ভত ডঃ অনিল শইকীয়া । | Read More
উপ নিৰ্বাচনৰ পাছতে মন্ত্রীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা
Ministry Reshuffle : বহুকেইটা বিভাগৰ হেঁচা একোজন মন্ত্রীৰ ওপৰত । চাৰিটাকৈ খালী আছে মন্ত্রীৰ পদ । মন্ত্ৰীশূন্য বৰাক । | Read More
মাজুলীত পূৰ্ণ গতিত চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা
Raas in Majuli : ৰাস বুলি কলেই ব্যস্ততা বাঢ়ে মাজুলীবাসীৰ । দেশী-বিদেশী হাজাৰ হাজাৰ লোকক আদৰণি জনাবলৈ সাজু হয় মাজুলীবাসী । | Read More
পানী মেটেকাত জীৱনৰ সন্ধান; নলবাৰীৰ অঞ্জলী বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন
খাল-বিলত ওপঙি থকা পানী মেটেকাক সঁজুলি হিচাপে লৈ স্বাৱলম্বী নলবাৰীৰ এদল মহিলা । দেশ-বিদেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি উৎপাদিত সামগ্ৰী । | Read More
গৱেষণাধৰ্মী মুখাশিল্পৰে স্বাৱলম্বিতাৰ বাট বুলাইছে প্ৰদীপ হাজৰিকাই
জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকা ব্যস্ত মুখা প্ৰস্তুত কৰাত ৷ ২০১০ চনৰ পৰা এই শিল্পৰ লগত জড়িত মুখাশিল্পীগৰাকীয়ে ধৰি ৰাখিব খোজে স্বকীয়তা । | Read More
ত্ৰয়োদশ মৃত্যু তিথিত সুধাকণ্ঠক স্মৰণ অসমীয়াৰ; সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত জ্বলিব ১০ হাজাৰ বন্তি
গণ চেতনাৰে অসমীয়া জাতিক সমৃদ্ধ কৰি যুগ-যুগান্তৰলৈ সজাগ কৰি যোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অসমীয়া জাতিটোলৈ অৱদানক আজি সুঁৱৰিছে অসমবাসীয়ে ৷ | Read More
এযোৰ চশমাৰ বাবে সুধাকন্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী
Death Anniversary of Bhupen Hazarika : কলিয়াবৰবাসীৰ সৈতে সুধাকন্ঠৰ আছে এক মধুৰ সম্পৰ্ক । আজিও অপ্ৰকাশিত হৈ আছে বহুতো কাহিনী । | Read More
গোলাঘাটৰ শক্তি বিতৰণ কোম্পানী সন্মুখত দ’ম দ’ম স্মাৰ্ট মিটাৰ, কিন্তু কিয় ?
গোলাঘাটৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড কাৰ্যালয়ৰ সন্মুখত দ’ম দ’ম স্মাৰ্ট মিটাৰ । ইজনৰ পাছত সিজনে কাৰ্যালয় সন্মুখত থৈছে এই স্মাৰ্ট মিটাৰসমূহ, কিন্তু কিয় ? | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More