ETV Bharat / city

ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ - ৰন্ধন গেছ কঢ়িওৱা বাহন

ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ । অনিৰ্দিষ্ট কাললৈ বন্ধ ৰন্ধন গেছ কঢ়িওৱা বাহনৰ চলাচল ।

ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ
ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ
author img

By

Published : Aug 27, 2020, 2:17 AM IST

আজাৰা, 26 আগষ্ট : ৰাজ্যত শীঘ্ৰে নাটনি হ'ব পাৰে ৰন্ধন গেছৰ । অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে গেছ কঢ়িওৱা বাহনৰ চলাচল । কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিব বাহনৰ চলাচল । চলাচল বন্ধ কৰি ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰিব কৰ্মচাৰীসকলে ।

ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ

North-East Packed LPG Transporter Associationয়ে লৈছে এই সিন্ধান্ত । বটলিং প্লান্টসমুহৰ গাড়ীৰ 'নিবিদা'ৰ কাৰ্য্যালয় গুৱাহাটীৰ পৰা কলিকতালৈ লৈ যোৱা,পূৰ্বতকৈ গাড়ীৰ ভাড়া কমাই দিয়া,গাড়ী বোজা বঢ়াই দিয়া আদি বিভিন্ন দফা লৈ ধৰ্মঘটত নামিব বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী । যাৰ ফলত অচল হৈ পৰিব উত্তৰ-গুৱাহাটী,মিৰ্জা সৰপাৰা,গোপানাৰি,শিপচৰ,চেকমাই,দুলীয়াজান,ডিমাপুৰ,আগৰতলা বটলিং প্লান্ট ।

ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ

ইণ্ডিয়ান অইল কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমুহ মানি নোলোৱালৈ অব্যাহত থাকিব এই ধৰ্মঘট । যাৰ ফলত ৰাজ্যত শীঘ্ৰে নাটনি হ'ব পাৰে ৰন্ধন গেছৰ ।

লগতে পঢ়কঃ নগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.