গুৱাহাটী, ২৭ অক্টোবৰঃ দীপাৱলী উপলক্ষে সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এই স্থানীয় বন্ধৰ সময়ত চৰকাৰী কাৰ্যালয়, শিক্ষা-প্ৰতিষ্ঠান আৰু বেংকসমূহ বন্ধ থাকিব । এন আই এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে নিশা এই কথা ঘোষণা কৰিছে ।
দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা - কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে নিশা কৰিলে এই ঘোষণা ৷
local holiday for diwali in kamrup metro
গুৱাহাটী, ২৭ অক্টোবৰঃ দীপাৱলী উপলক্ষে সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এই স্থানীয় বন্ধৰ সময়ত চৰকাৰী কাৰ্যালয়, শিক্ষা-প্ৰতিষ্ঠান আৰু বেংকসমূহ বন্ধ থাকিব । এন আই এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দেওবাৰে নিশা এই কথা ঘোষণা কৰিছে ।
Intro:সীমান্তত সীমা সুৰক্ষা বাহিনীৰ সৈতে দীপাবলি পালন কৰিলে অসমৰ ৰাজ্যপালেBody:SLUG: GOVERNOR OBSERVED DEWALI WITH BSF AT BORDER, KARIMGANJ
সীমান্তত সীমা সুৰক্ষা বাহিনীৰ সৈতে দীপাবলি পালন কৰিলে অসমৰ ৰাজ্যপালে | কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত পালন কৰা হয় এই অনুষ্ঠান | ৰাজ্যপালৰ সৈতে দীপাবলি উত্সব পালন কৰিব গৈ ব্যাপক উত্হা পৰিলক্ষিত হয় বি.এছ.এফ. জোৱানৰ মাজত । সুতাৰকান্দি সীমান্তত উপস্থিত হৈ ৰাজ্যপাল ডঃ জগধীশ মুখীয়ে ভাৰত বাংলাদেশ সীমান্তৰ জিৰো লাইনত উপস্থিত হয় । ইয়াতে বাংলাদেশৰ সুৰক্ষা বাহিনী বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ আধিকাৰিকৰ হাতত দেৱালিৰ মিঠাই পেকেট তুলি দিয়ে । দুয়োদেশৰ সুৰক্ষাৰ দায়িত্বত থকা জোৱানৰ সৈতে ফটোচেছন কৰি শুভেচ্ছা বিনিময় কৰে । সীমান্তৰ জিৰো লাইনৰ পৰা ৰাজ্যপাল গৰাকি সুতাৰকান্দিত ট্ৰেইড চেন্টাৰত উপস্থিত হৈ দীপাবলিৰ প্ৰদীপ প্ৰজ্বলন কৰে । পিছে জোৱানৰ সৈতে কিছু সময় অতিবাহিত কৰে ৰাজ্যাপল গৰাকিয়ে ।
Conclusion:বাংলাদেশৰ সুৰক্ষা বাহিনী বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ আধিকাৰিকৰ হাতত দেৱালিৰ মিঠাই পেকেট তুলি দিয়ে