ETV Bharat / city

মহানগৰীৰ যোৰাবটত ভয়ংকৰ পথ দুৰ্ঘটনা - JORABAAT ACCIDENT

যান্ত্ৰিক বিজুটিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন

KHANAPARA ROAD ACCIDET
author img

By

Published : Aug 21, 2019, 7:45 PM IST

গুৱাহাটী, 21 আগষ্টঃ

  • 37নং ৰাষ্ট্ৰীয় ঘাই পথত 13 মাইলত পথ দূৰ্ঘটনা
  • ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
    মহানগৰীৰ যোৰাবটত ভয়ংকৰ পথ দুৰ্ঘটনা
    KHANAPARA ROAD ACCIDET
  • গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ আছিল ট্ৰাকখন
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ AS01 EC 6433
  • যান্ত্ৰিক বিজুটিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন
    মহানগৰীৰ যোৰাবটত ভয়ংকৰ পথ দুৰ্ঘটনা
    KHANAPARA ROAD ACCIDET
  • দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ট্ৰাকখনৰ চালক বৰপেটাৰ শুকুৰ আলী(৪৭)
  • যোৰাবাট যান বাহন আৰক্ষীয়ে আঘাতপ্ৰাপ্ত চালকজনক GMCH লৈ প্ৰেৰণ কৰে

Intro:ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

Body:যোৰাবাট যান-বাহন আৰক্ষী চকীৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাই পথত তেৰ মাইলত সংঘটিত হয় এক পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা AS01 EC 6433 নম্বৰৰ ট্ৰাকখন যান্ত্ৰিক বিজুটিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ দাঁতিত বাগৰি পৰে। ফলত দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ট্ৰাকখনৰ চালক বৰপেটাৰ শুকুৰ আলী(৪৭) । যোৰাবাট যান বাহন আৰক্ষীয়ে আঘাতপ্ৰাপ্ত চালকজনক GMCH লৈ প্ৰেৰণ কৰে।
বৰ্তমান দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.