ETV Bharat / city

কুইনৰ বিৰুদ্ধে জোনমণি - জোনমনি দেৱী খাউণ্ডে

খাউণ্ডৰ মতে যাৰ শপতনামাই ভুল তেওঁ সংবিধানৰ শপত লৈ কেনেদৰে শুদ্ধ কাম কৰিব বুলিও প্ৰশ্ন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো জোনমনি দেৱী খাউণ্ডে প্ৰশ্ন কৰে ।  লগতে, কুইন ওজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতিৰাণীৰ শিষ্য বুলি মন্তব্য কৰি কয় গুৰুৰ পৰা যি সংস্কৃতি পাইছে শিষ্যই সেয়াই  কৰিব ।

গুৱাহাটী প্ৰেছ ক্লাবত জোনমনি দেৱী খাউণ্ড ৰ সংবাদমেল
author img

By

Published : Apr 5, 2019, 9:19 PM IST

গুৱাহাটী, ৫ এপ্ৰিল : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত নাৰীৰ বাবে বিধানসভা আৰু লোকসভাত ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে বিজেপি দলক তাৰাক মেহতা কি উলটা চচমা ধাৰাবাহিকৰ বাঘা ছৱিৰ লগত তুলনা কৰে । খাউণ্ডৰ মতে যাৰ শপতনামাই ভুল তেওঁ সংবিধানৰ শপত লৈ কেনেদৰে শুদ্ধ কাম কৰিব বুলিও প্ৰশ্ন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো জোনমনি দেৱী খাউণ্ডে প্ৰশ্ন কৰে । লগতে, কুইন ওজা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্মৃতিৰাণীৰ শিষ্য বুলি মন্তব্য কৰি কয় গুৰুৰ পৰা যি সংস্কৃতি পাইছে শিষ্যই সেয়াই কৰিব ।

Intro:গুৱাহাটী প্ৰেছ ক্লাবত জোনমনি দেৱী খাউণ্ড ৰ সংবাদমেল ।

Body:সংবাদমেলত জোনমনি দেৱী খাউণ্ড কয় যে নাৰীৰ বাবে বিধান সভা আৰু লোকসভাত ৩৩%আসন সংৰক্ষণ কৰাৰ উদ্দেশ্য জোনমনি দেৱী খাউণ্ড ৰ ।খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব, ‌নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি যাব ।নিবনুৱা সমস্যা সমাধান কৰিব ।বিজেপি কংগ্ৰেছৰ দিনত বন্ধ হৈ থকা উদ্যোগ সমূহ উদ্ধাৰ কৰিব ।খোৱা পানীৰ সমস্যা দূৰ কৰিব ।কৃত্ৰিম বানপানী নোহোৱা হব ।দুখীয়াৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া হব ।শিপিনী সকলৰ সমস্যা দূৰ কৰিব ।

Conclusion:লিপিকা ডেকা ,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.