ETV Bharat / city

অসমলৈ গৌৰৱ আনিলে গুৱাহাটীৰ ঈশিতা কাশ্যপে - 21 karate championship in bangladesh

ঈশিতা কাশ্যপে বাংলাদেশত অনুষ্ঠিত হোৱা 21 অনুৰ্দ্ধৰ জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ
author img

By

Published : Nov 13, 2019, 6:33 PM IST

গুৱাহাটী , 13 নৱেম্বৰ : জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত পুনৰবাৰ দেশৰ নাম উজলালে অসম সন্তান ঈশিতা কাশ্যপে ৷ বাংলাদেশত অনুষ্ঠিত হোৱা 21 অনুৰ্দ্ধৰ চাউথ এছিয়ান কাৰাটে প্ৰতিযোগীতাত ঈশিতা কাশ্যপে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ বেলতলাৰ নিবাসী নীল তালুকদাৰৰ কন্যা ঈশিতা কাশ্যপ ৷ প্ৰতিযোগিতা খনত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰে কিশোৰীগৰাকীয়ে ৷ ঈশিতা কাশ্যপ বাংলাদেশৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কাৰাটে সংস্থাৰ লগতে স্থানীয় ৰাইজেও উষ্ম আদৰণি জনায় ৷

জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ

আৰু পঢ়ক : নিউজিলেণ্ডৰ হাতত পৰাস্ত ইংলেণ্ড

Intro:জুনিয়ৰ চাউঠ এছিয়ান কেৰাটি চেম্পিয়নশ্বিপত অসমৰ লগতে ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ঈশিতা কাশ্যপ
Body:গুৱাহাটী, ১৩ নৱেম্বৰ: পুনৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেৰাটী খেলুৱৈ ঈশিতা কাশ্যপে। বাংলাদেশত অনুষ্ঠিত হোৱা ২১ অনুৰ্ধৰ কেৰাটী প্ৰতিযোগীতাত চাউঠ এছিয়ান গেমছত ৰূপৰ পদকেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হয় ঈশিতাই। এই প্ৰতিযোগীতাত এই সন্মান জুনিয়ৰ চাউঠ এছিয়ান কেৰাটি চেম্পিয়নশ্বিপত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে যোগদান কৰে ঈশিতাই। বেলতলাৰ নিবাসী নীল তালুকদাৰৰ কন্যা ঈশিতা কাশ্যপে ৰূপৰ পদকৰে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।এই সন্মান লাভ কৰাৰ পাছতে মঙ্গলবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীত উপস্থিত হয় ঈশিতা কাশ্যপ। গুৱাহাটীৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ঈশিতাই উপস্থিত হোৱাৰ লগে লগে কেৰাটী সংস্থাৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰনি জনাই ঈশিতাক।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.