ETV Bharat / city

আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব লগীয়া হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইটত পুৱা ১০ বজাৰ পৰা উপলব্ধ হ'ব(HSLC Exam Results 2022) । হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩১,১৩২ গৰাকী ।

author img

By

Published : Jun 7, 2022, 6:25 AM IST

Updated : Jun 7, 2022, 6:33 AM IST

HSLC Exam Results to be announced today
HSLC Exam Results to be announced today

গুৱাহাটী, 7 জুন : আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল(HSLC Exam Results 2022) । এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব (HSLC result websites)। পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব । পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব ।

এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী । সেইদৰে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৪,১৯৯ জন ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰী । ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইট কেইটা হ’ল :

results.sebaonline.org

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

www.assam.shiksha

www.assamonline.in

exametc.com

www.schools9.com

https://iresults.net

assamjobalerts.com

assamresult.in

necareer.com

www.jagranjosh.com

www.vidyavision.com

লগতে পঢ়ক : লাভলীনা বৰগোঁহাইলৈ 2022 বৰ্ষৰ ৰণাংগন সন্মান

Last Updated : Jun 7, 2022, 6:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.