ETV Bharat / city

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য লাইভ - তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

মহানগৰ আৰক্ষীৰ চকুত ধুলি দি পুনৰ চোৰে লুটিলে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত ৷

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য লাইভ
author img

By

Published : Oct 16, 2019, 3:54 AM IST

গুৱাহাটী, 15 অক্টোবৰঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী ৷ মহানগৰ আৰক্ষীৰ চকুত ধুলি দি পুনৰ চোৰে লুটিলে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ মহানগৰীৰ তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা দৌৰছ ৱৰ্ল্ড নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত লুটপাত চলাই লৈ যায় 50 হাজাৰ টকাসহ লেপটপ, ৱাই-ফাই ডিভাইচ ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত স্পষ্ট ৰূপত দেখা গ'ল চোৰৰ মুখমণ্ডল ৷ জালুকবাৰী আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি ইতিমধ্যেই আৰম্ভ কৰিছে অনুসন্ধান ৷ এই ঘটনাই পুণৰবাৰ উদঙাই দিলে মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ ৷

Intro:অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ। আৰক্ষী যদি ডালে ডালে, স্মাৰ্ট চোৰ আকৌ পাতে পাতে। মহানগৰ আৰক্ষীৰ চকুত ধুলি দি পুণৰ চোৰে লুটপাত চলালে মহানগৰীৰ তেতেলীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত। অতি কৌশলৰে দৌৰছ উৱল্ড নামৰ প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি লুটি নিলে নগদ ধনসহ বিভিন্ন মূল্যৱান সামগ্ৰী। প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে জনোৱা অনুসৰি প্ৰায় ৫০ হাজাৰ টকা সহ লেপটপ, ৱাই ফাই ডিভাইচ লৈ উধাও হয়। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত। চিচি টিভি কেমেৰাত স্পষ্ট চোৰ মুখমণ্ডল। ইফালে জালুকবাৰী আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি চোৰৰ সন্ধানত নামি পৰিছে। কিন্তু প্ৰশ্ন হয় আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত কিদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এনেদৰে চোৰে অভিযান চলাই। এই ঘটনাই পুণৰবাৰ প্ৰমাণ কৰিলে স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.