ETV Bharat / city

জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ!

author img

By

Published : Sep 26, 2019, 2:42 AM IST

জালুকবাৰী আৰক্ষীৰ জালত পৰে অভিনাশ কৰ নামৰ ধৃত চোৰ এটা ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ!

গুৱাহাটী,25চেপ্তেম্বৰ : মংগলবাৰে জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ ৷ ধৃত চোৰটোৰ নাম অভিনাশ কৰ ৷

জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ

উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত চৌৰঞ্জিৎ সিং নামৰ ব্যক্তি এজনৰ চাৰিচকীয়া বাহন চুৰি হৈছিল ৷ ব্যক্তিগৰাকীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি জালুকবাৰী আৰক্ষীয়ে ২২ তাৰিখে ত্ৰিপুৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল সুৰজিৎ দেৱ বৰ্মা নামৰ এটা চোৰক ৷ ধৃত সুৰজিৎ দেৱ বৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে অভিনাশ কৰ নামৰ আন এটা চোৰক ৷ এই চোৰ দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে সোণৰ আ-অলংকাৰ, মোবাইল এটা, বিলাসী ঘড়ী, চুৰি গাড়ীসহ বহু আপত্তিজনক নথি-পত্ৰ ৷ সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

Intro:জালুকবাৰী আৰক্ষীৰ জালত দুটা দুৰ্ধৰ্ষ গাড়ী চোৰ। ত্ৰিপুৰা আৰু মেঘালয়ত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰদুটাক। যোৱা ১৬ ছেপ্টেম্বৰত চৌৰঞ্জিৎ সিং নামৰ ব্যক্তি এজনৰ চাৰিচকীয়া বাহন চুৰি হৈছিল। ব্যক্তিগৰাকীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি জালুকবাৰী আৰক্ষীয়ে ২২ তাৰিখে ত্ৰিপুৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে সুৰজিৎ দেৱ বৰ্মা নামৰ এটা চোৰক। ধৃত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মংগলবাৰে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে অভিনাশ কৰ নামৰ আন এটা দুৰ্ধৰ্ষ চোক। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে সোণৰ আ অলংকাৰ, মোবাইল এটা, বিলাসী ঘড়ী, চুৰি গাড়ীসহ বহু আপত্তিজনক নথি-পত্ৰ। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা দুই চোৰৰ বিৰুদ্ধে পূৰ্বেও বহু চুৰিকাণ্ড সংঘটিত কৰা সন্দৰ্ভত একাধিক গোচৰ ৰুজু হৈ আছে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.