ETV Bharat / city

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অনলাইন-অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ দাবী

author img

By

Published : Sep 29, 2020, 7:19 AM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ । কেৱল অফলাইন মাধ্যমত পৰীক্ষা অনুষ্ঠিত হোৱাত অসন্তুষ্ট প্ৰকাশ কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগতে শিক্ষাৰ্থীসকলে ।

বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অনলাইন-অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ দাবী

গুৱাহাটী, 29 ছেপ্টেম্বৰ: অহা ১অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ ৷ এই পৰীক্ষা সমূহ অনলাইন-অফলাইন দুয়োটা মাধ্যমতেই অনুষ্ঠিত কৰাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে ।

পৰীক্ষাসমূহ অনলাইন-অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ দাবী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে । এৰিয়াৰ পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিন্ধান্তত সন্তুষ্ট নহয় শিক্ষাৰ্থীসকল । ইয়াৰোপৰি কেৱল অফলাইন পৰীক্ষা অনুষ্ঠিত নকৰি অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰে সন্থাটোৱে ৷

কিন্তু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোনো জাননী নোপোৱাৰ বাবেই পুনৰ সোমবাৰে সাক্ষাৎ কৰে পৰীক্ষা নিয়ন্ত্ৰক তথা উপাচাৰ্যক । ইপিনে মঙলবাৰৰ ভিতৰতে এই ক্ষেত্ৰত জাননী প্ৰকাশ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে । ইফালে কৰ'ণাৰ ভয়াৱহতাৰ মাজত অফলাইন প্ৰক্ৰিয়াত পৰীক্ষা অনুষ্ঠিত হ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি জনায় ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক : ধনৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰা যোৰহাটৰ যুৱতীক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.