ETV Bharat / city

20 গৰাকী বৰেণ্য ব্যক্তিলৈ গীতাঞ্জলী বঁটা - এখন বিশেষ বঁটা প্ৰদান অনুষ্ঠান

সাধনা সাহিত্য সমাজৰ উদ্যোগত সামাজিক সাংস্কৃতিক সংস্থা "এচেৰেঙা ৰ'দালি"ৰ সহযোগত 2019 বৰ্ষৰ গিতাঞ্জলী বঁটা প্ৰদান 20 গৰাকী বৰেণ্য ব্যক্তিলৈ। উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷

20 গৰাকী বৰেণ্য ব্যক্তিলৈ গীতাঞ্জলী বঁটা
author img

By

Published : Aug 26, 2019, 4:54 AM IST

গুৱাহাটী,26 আগষ্ট : দেওবাৰে উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় এখন বিশেষ বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানখন সাধনা সাহিত্য সমাজৰ উদ্যোগত,সামাজিক সাংস্কৃতিক সংস্থা এচেৰেঙা ৰ'দালিৰ সহযোগত 2019 বৰ্ষৰ 20 গৰাকী বৰেণ্য ব্যক্তিক প্ৰদান কৰা হয় গীতাঞ্জলী বঁটা ৷ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি পুলক বেনাৰ্জী ,ৰঞ্জু হাজৰিকাকে ধৰি বহু কেইজন বৰেণ্য ব্যাক্তি উপস্থিত থাকে । 2019 বৰ্ষৰ গীতাঞ্জলী বঁটা, জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয় কনক সেন ডেকা, পুলক বেনাৰ্জী ,ৰঞ্জু হাজৰিকা আৰু জুবিন গাৰ্গকে ধৰি বহু কেইজন ব্যক্তিক । সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয় কিশোৰ হাজৰিকাক । এই বঁটা গ্ৰহণ কৰি আনন্দিত হৈ পৰে ৰঞ্জু হাজৰিকা আৰু কিশোৰ হাজৰিকা । ইয়াৰ লগতে, নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী সন্মান বঁটা প্ৰদান কৰা হয় প্ৰিয়ম পল্লৱীক । আনহাতে বেদিক শিৰোমণি বঁটা পাবলৈ সক্ষম হৈছে তুলসী শৰ্মা ডাঙৰীয়াই ।

Intro: সাধনা সাহিত্য সামাজৰ উদ্যোগত সামাজিক সাংস্কৃতিক সংস্থা এচেৰেঙা ৰদালিৰ সহযোগত 2019 বৰ্ষৰ গিতাঞ্জলী বঁটা প্ৰদান 20 গৰাকী বৰেণ্য ব্যক্তিলৈ। উজান বজাৰ স্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত 20 গৰাকী বঁটা প্ৰাপক ব্যক্তিক আগবঢ়োৱা হয় বঁটা। Body:বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি পুলক বেনাৰ্জী ,ৰঞ্জু হাজৰিকাকে ধৰি বহু কেইজন বৰেণ্য ব্যক্তি উপস্থিত থাকে। 2019 বৰ্ষৰ গিতাঞ্জলী বঁটা জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয় কনক সেন ডেকা, পুলক বেনাৰ্জী ,ৰঞ্জু হাজৰিকা আৰু জুবিন গাৰ্গকে ধৰি বহু কেইজন ব্যক্তিক। সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয় কিশোৰ হাজৰিকাক।এই বঁটা গ্ৰহণ কৰি স্বভাবিকতে আনন্দিত ৰঞ্জু হাজৰিকা আৰু কিশোৰ হাজৰিকা।
BITE:- ৰঞ্জু হাজৰিকা, কিশোৰ হাজৰিকাConclusion: লগতে নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী সন্মান বঁটা প্ৰদান কৰা হয় প্ৰিয়ম পল্লৱীক। আনহাতে বেদিক শিৰোমণি বঁটা পাবলৈ সক্ষম হৈছে তুলসী শৰ্মা ডাঙৰীয়াই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.