ETV Bharat / city

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়

author img

By

Published : Feb 9, 2020, 4:04 AM IST

দিল্লীৰ আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত দুৰ্দান্ত প্ৰদৰ্শন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম গুৱাহাটী বিশ্ববিদ্যালয় । দিল্লীৰ এমিটি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত বিশেষ সফলতা অৰ্জন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ।

আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত 13 টাকৈ পুৰস্কাৰ অৰ্জন

দিল্লীৰ অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত লাভ কৰিবলৈ সক্ষম হ’ল মুঠ 13 টাকৈ পুৰস্কাৰ ৷ 13 টাকৈ পুৰস্কাৰ অৰ্জনেৰে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ভিতৰতেই দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ আঁজুৰিবলৈ সক্ষম হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ে । সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী ৷

Intro:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়। দিল্লীৰ এমিটি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত বিশেষ সফলতা অৰ্জন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। এই মহোৎসৱত বিভিন্ন প্ৰতিযোগিতাত ১৩টাকৈ পুৰস্কাৰ অৰ্জন কৰি ভাৰতৰ বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ আজুৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়াল।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.