ETV Bharat / city

গুৱাহাটী আইআইটিৰ ছাত্ৰৰ বিশেষ পদক্ষেপ

গুৱাহাটীস্থিত সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ আইআইটিৰ ছাত্ৰ ৰবি নিশান্তে JEE আৰু NEETৰ পৰীক্ষাৰ্থীৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

author img

By

Published : Apr 12, 2020, 8:51 AM IST

গুৱাহাটী আইআইটিৰ ছাত্ৰৰ বিশেষ পদক্ষেপ
গুৱাহাটী আইআইটিৰ ছাত্ৰৰ বিশেষ পদক্ষেপ

গুৱাহাটী, 12 এপ্ৰিল : গুৱাহাটী আইআইটিৰ ছাত্ৰ ৰবি নিশান্ত আৰু তেওঁৰ সহযোগীয়ে JEE আৰু NEET পৰীক্ষাৰ্থীৰ বাবে সাজু কৰি উলিয়াইছে এক বিশেষ পদক্ষেপ । তেওঁলোকৰ ষ্টাৰ্ট আপ এপ' এডভিজ'ৰ জৰিয়তে ছাত্র ছাত্ৰী সকলে ঘৰতে বহি দূৰ কৰিব পাৰিব JEE আৰু NEET ৰ কোনো বিষয় বা প্ৰশ্নৰ জটিলতা ।

ষ্টাৰ্ট আপ এপ' এডভিজ'
ষ্টাৰ্ট আপ এপ' এডভিজ'

ছাত্র-ছাত্ৰী সকলে JEE আৰু NEET ৰ কোনো বিষয় বা প্ৰশ্নত জটিলতা থাকিলে বিনামূলীয়াকৈ সেই প্ৰশ্ন বা বিষয়ৰ উত্তৰ অভিজ্ঞ আইআইটিয়ান, চিকিৎসক, জেষ্ঠ বিষয় শিক্ষক পৰা পাব পাৰিব । ইয়াৰ বাবে তেওঁলোকে ইতিমধ্যে সাজু কৰি উলিয়াইছে এটা অভিজ্ঞ টীম ।

আইআইটিৰ ছাত্ৰ ৰবি নিশান্ত
আইআইটিৰ ছাত্ৰ ৰবি নিশান্ত

উল্লেখ‍্য‍ যে ছাত্র ছাত্ৰী সকলে যিকোনো সময়তে হেল্পলাইন নম্বৰ 1800-212-7144 আৰু হোৱাটছ্আপ নম্বৰ 80110-35308ত যোগাযোগ কৰি কিবা বিষয় অথবা প্ৰশ্নত জটিলতা থাকিলে জনাব পাৰিব । ইয়াৰ পিছত ছাত্র ছাত্ৰী সকলক ভিডিঅ, মেছেজ আৰু অডিঅ'ৰ যোগেদি নিজ পছন্দ অনুসৰি তেওঁলোকৰ জটিলতা থকা বিষয়ৰ সমস্যা দূৰ কৰিব পাৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.