ETV Bharat / city

উত্তৰ গুৱাহাটীত দুই ছাত্ৰীক অপহৰণৰ অপচেষ্টা

author img

By

Published : Aug 2, 2019, 7:22 PM IST

উত্তৰ গুৱাহাটীত দুই কলেজীয়া ছাত্ৰীক অপৰহৰণৰ চেষ্টা ৷ দুই বাইক আৰোহীয়ে অপহৰণৰ চেষ্টা চলোৱাৰ সময়তে ৰাইজৰ হাতত ধৰা পৰে ৷

ছাত্ৰীক অপহৰণৰ অপচেষ্টা

উত্তৰ গুৱাহাটী, 2 আগষ্ট : উত্তৰ গুৱাহাটীৰ ভেটামুখত দুই কলেজীয়া ছাত্ৰীক দুই যুৱকে অপহৰণৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নৱজিৎ ডেকা আৰু বিকাশ হাজৰিকা নামৰ দুজন যুৱকৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ ছাত্ৰী দুগৰাকীৰ ৷

তথ্য অনুসৰি, কলেজৰ পৰা উভতি আহি থকাৰ সময়তে ছাত্ৰী দুগৰাকীক অপহৰণৰ চেষ্টা চলায় যুৱক দুজনে ৷ এখন পালছাৰ বাইকেৰে অপহৰণৰ চেষ্টা চলাওতেই দুয়োকে লপা - থপা দিয়ে ৰাইজে ৷ ইয়াৰ পাছতে ৰাইজে উত্তৰ গুৱাহাটী আৰক্ষী চকীত গতাই দিয়ে দুয়োকে । দুয়ো গৰাকী ছাত্ৰীকে কেইবাদিনৰ পৰাই অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷

ছাত্ৰীক অপহৰণৰ অপচেষ্টা

ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে । ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Intro:👉উত্তৰ গুৱাহাটীৰ ভেটামুখ ত চাঞ্চলকৰ ঘটনা ।

👉কলেজীয়া দুই ছাত্ৰীক অপহৰণ ৰ চেষ্টা দুই লম্পটৰ।

👉নবজিৎ ডেকা আৰু বিকাশ হাজৰিকা বিৰুদ্ধে এই চাঞ্চলকৰ অভিযোগ দুই ছাত্ৰীৰ।
👉অপহৰণ চেষ্টা চলওঁতেই ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক ।

👉সমগ্র ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত।

Body:উত্তৰ গুৱাহাটীত ভেটামুখ ত চাঞ্চলকৰ ঘটনা । কলেজৰ পৰা ঘৰমুৱা দুই ছাত্ৰীক অপহৰণৰ অপচেষ্টাৰ অভিযোগ। দুই কলেজীয়া যুৱতীৰ as 01be 5440 নম্বৰ ৰ পালছাৰ
বাইকেৰে অপহৰণৰ চেষ্টা চলওঁতেই ৰাইজৰ হাতত ধৰা পৰে নবজিৎ ডেকা আৰু বিকাশ হাজৰিকা নামৰ দুই লম্পট যুৱক ।ৰাইজে আৱদ্ধ কৰি লোপ থপা দি উত্তৰ গুৱাহাটী আৰক্ষী চকীত গতাই দিয়ে যুৱক দুজনক।
দুই ছাত্ৰীক কেইবাদিনৰ পৰাই অনুসৰণ কৰাৰ অভিযোগ ছাত্ৰী দুগৰাকীৰ । সমগ্র ঘটনা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

Conclusion:এতিয়া প্ৰশ্ন হল কলেজীয়া ছাত্রীয়ে যদি সুৰক্ষা নাই আপোনাৰ মোৰ সুৰক্ষা কত। ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকিত ৰুজু কৰিছে গোচৰ ।ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.