গুৱাহাটী , 13 মাৰ্চ : ঠগপৰিচালকৰ প্ৰৰোচনাত পৰি বহুজনে হেৰুৱালে টকা । মুহুৰত লৈয়ে সামৰিলে ছবি নিৰ্মাণ । আৰক্ষীৰ ওচৰত গোচৰ ৰুজু ঠগ পৰিচালক হিৰণ্য পাঠকৰ বিৰুদ্ধে ।
ঘটনা অনুসৰি হিৰণ্য দাস নাম লোকজনে ছবি নিৰ্মাণৰ সপোন দেখাই বহু লোকৰ পৰা 5000 হাজাৰৰ পৰা 25 হাজাৰলৈ টকা লৈছিল ৷ কিন্তু সকলোৰে পৰা টকা লোৱাৰ পাচতো মুহুৰতৰ লোৱাৰ পাচত আগ নাবাঢ়িল ছবি নিৰ্মাণৰ কাম ৷ বাৰে বাৰে বিচাৰিও টকা উভতাই নোপোৱাত আৰক্ষীৰ সহায় ল'লে এগৰাকী যুৱতীয়ে । যুৱতী গৰাকীৰ এজাহাৰ দাখিলৰ পাচত আৰক্ষীয়ে আটক কৰে হিৰণ্য পাঠকক ।