গুৱাহাটী,28 জুলাই : মহানগৰীৰ গনেশগুৰিত এইবাৰ সংগীত পৰিবেশনৰ জৰিয়তে বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিল শিল্পীসমাজ ৷ মহানগৰীত দেওবাৰে সাৰথি নামৰ এটা শিল্পী সংগঠনে সংগীত পৰিবেশনৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ সাৰথিৰ লগত জড়িত শিল্পীসকলে মহানগৰীৰ গনেশগুৰিত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে ৰাইজক আপ্লুত কৰাৰ লগতে ৰাইজেও আগবঢ়ালে সহায়ৰ হাত ৷
মহানগৰীত গীতে-তালে সাহায্য সংগ্ৰহ শিল্পীসমাজৰ - গনেশগুৰি
মহানগৰীৰ গনেশগুৰিত এইবাৰ সংগীত পৰিবেশনৰ জৰিয়তে বান সাহায্য সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিল শিল্পীসমাজ
মহানগৰীত গীতে-তালে সাহায্য সংগ্ৰহ শিল্পীসমাজৰ
গুৱাহাটী,28 জুলাই : মহানগৰীৰ গনেশগুৰিত এইবাৰ সংগীত পৰিবেশনৰ জৰিয়তে বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ আগবাঢ়ি আহিল শিল্পীসমাজ ৷ মহানগৰীত দেওবাৰে সাৰথি নামৰ এটা শিল্পী সংগঠনে সংগীত পৰিবেশনৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ সাৰথিৰ লগত জড়িত শিল্পীসকলে মহানগৰীৰ গনেশগুৰিত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে ৰাইজক আপ্লুত কৰাৰ লগতে ৰাইজেও আগবঢ়ালে সহায়ৰ হাত ৷
Intro:দেওবাৰে মহানগৰীৰ গনেশগুৰিত সংগীত পৰিবেশনৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল সাৰথি নামৰ এটি সংগঠন ৷Body:ৰাজ্যত বলিয়া বানে সৃষ্টি কৰিলে হাহাকাৰ পৰিস্থিতিৰ ৷ বানত ক্ষতিগ্ৰস্থ হ'ল প্ৰায় 30 লাখতকৈ অধিক লোক ৷ ঘৰ বাৰী হেৰুৱাই আশ্ৰয় লব লগা হ'ল ৰাজপথত ৷ এইসকল বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে বহুসুহৃদ লোকে আগবঢ়াইছে সাহাৰ্য৷ মহানগৰীত দেওবাৰে সাৰথি নামৰ এটা সংগঠনে সংগীত পৰিবেশনৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ মহানগৰীৰ গনেশগুৰিত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে ৰাইজক আপ্লুত কৰাৰ লগতে ৰাইজেও আগবঢ়ালে সহায়ৰ হাত ৷ সংগীত ভালপোৱা গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত সংগীত ভালপোৱা এইসকল লোকে হাতত ললে এই কাৰ্যসুচী ৷ যাৰ জৰিয়তে কিছু পৰিমানে হলেও বানাক্ৰান্তক সকাহ দিব ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী