ETV Bharat / city

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিশেষ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - Tarun Gogoi Sends letter to Sarbananda Sonowal

বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক ৰাজ্যলৈ ওভোটাই আনিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

সোণোৱাললৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

author img

By

Published : May 18, 2020, 8:56 PM IST

গুৱাহাটী, 18 মে' : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ শ্ৰমিকসকলক উভতাই অনাৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ পত্ৰযোগে আহ্বান প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীৰ ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰেৰণ কৰা পত্ৰখন

সোণোৱাললৈ বিশেষ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

দিল্লীৰ চিকিৎসালয়ত মৃত্যুবৰণ কৰা বোকাখাতৰ অজিত শইকীয়াৰ সন্দৰ্ভতো মন্তব্য তৰুণ গগৈৰ । মাথো দিল্লীৰ চৰকাৰক সমালোচনা কৰিয়েই অসম চৰকাৰে দায়িত্ব সামৰা কাৰ্যক গৰিহণা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ । অজিত শইকীয়া মৃত্যুৰ প্ৰকৃত তথ্য উলিয়াবলৈ অসম চৰকাৰক আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.