ETV Bharat / city

গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই - আৰক্ষী

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে বহি নাথাকে অসম আৰক্ষী বুলি সাংবাদিকৰ আগত প্ৰথম বাৰৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

DSP Bhaskar Jyoti Mahanta Attended At 4th APBN Programe
গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই
author img

By

Published : Jun 25, 2020, 9:16 PM IST

গুৱাহাটী, 25 জুনঃ বৃহস্পতিবাৰে অন্ত পৰে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰৰ 4th APBNৰ প্ৰশিক্ষণ কাৰ্যসূচী ৷ অন্তিম কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷

গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

উল্লেখ্য যে, অন্ত পৰিল অসম আৰক্ষীৰ নৱনিযুক্ত উপ আৰক্ষী অধীক্ষকৰ প্ৰশিক্ষণ ৷ অন্তিম কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷ এই অন্তিম কাৰ্যসূচীত অসম আৰক্ষীৰ নৱ নিযুক্ত উপ আৰক্ষী অধীক্ষকৰৰ প্ৰশিক্ষণ 4th APBNত উপ আৰক্ষী অধীক্ষকৰ সকলক আদৰণী জনাই আৰক্ষী সঞ্চালক প্ৰধান ভস্কৰজ্যোতি মহন্তই ৷ পেৰেডৰ জৰিয়তে সঞ্চালক গৰাকীকো সম্ভাষণ জনায় উপ আৰক্ষী অধীক্ষকৰ সকলে ৷ এই অনুষ্ঠানতে উপ আৰক্ষী অধীক্ষক সকলক বিভিন্ন শিতানত আগবঢ়োৱা হয় পুৰষ্কাৰ ৷ আনহাতে 44th Batchৰ মুঠ ৩ গৰাকী উপ আৰক্ষী অধীক্ষকক অসম আৰক্ষীলৈ আদৰণী জনোৱা হয় ৷ তিনিওগৰাকী ক্ৰমে ফুলকন নাৰ্জাৰী,অনুবজ্যোতি বৰা আৰু হেমন্ত কুমাৰ বৰুৱা ৷

আৰক্ষী সঞ্চালক প্ৰধান প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সাংবাদিকৰ আগত প্ৰথম বাৰৰ বাবে মুখ খুলিছে ৷ তাৰোপৰি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে বহি নাথাকে অসম আৰক্ষী বুলিও কয়৷ ইতিমধ্যে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ বংগ আৰক্ষীক নিৰ্দেশ দিছে আদালতে বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.