ETV Bharat / city

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 6, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : বিপদৰ শংকা নাই ৷ তথাপিও সকৰ্কতা অৱলম্বন কৰক৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব পাৰে ৷ লক্ষ্যত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

বৃষ ৰাশি : বিপদৰ শংকাই প্ৰকট ৷ বিশেষকৈ কৰ্ম ক্ষেত্ৰত বিপদ হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ যাত্ৰা বাতিল কৰক ৷ পৰিশ্ৰমৰ উচিত ফল নাপাবও পাৰে ৷ এলেহুৱা অনুভৱ কৰিব ৷ স্বাস্থ্যৰ যতন লওক ৷ ভাবি-চিন্তি সিদ্ধান্ত লওক৷

মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তি বৃদ্ধি ৷ কৰ্মত মনোযোগ দিয়ক ৷

কৰ্কট ৰাশি : পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ সন্তানৰ অসফলতাই অসন্তুষ্টি দিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷

সিংহ ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিবও পাৰে ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ নতুন ব্যৱসায় বা কৰ্ম আৰম্ভ নকৰিব ৷কৰ্ম ক্ষেত্ৰত শান্ত হৈ থাকক ৷

কন্যা ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্মত অধিক মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক উন্নত ৷

তুলা ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ শুভ সংবাদ লাভ ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ কলাৰ উচিত ব্যৱহাৰ কৰক ৷

ধনু ৰাশি : কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

মকৰ ৰাশি : ব্যৱসায় বৃদ্ধি ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ দিনটো প্ৰায় সফল ৷ আপোনজনৰ সৈতে সময় অতিবাহিত কৰক ৷

কুম্ভ ৰাশি : ভ্ৰমণৰ যোগ ৷ দিনটো শুভ ৷ আনৰ পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

মীন ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰক ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.