মেষ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ খোৱাৰ পৰা আঁতৰি থকাটো ভাল ৷ আজি মন ৰোমাঞ্চকৰ হ’ব । নতুন ব্যৱসায় বিচাৰ হʼব পাৰে ৷ প্ৰেমত ভাল ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ খোৱাৰ আনন্দ লাভ কৰিব ৷
বৃষ ৰাশি : দিনটো শুভ হʼব ৷ নাম আৰু সুনাম হʼব ৷ ব্যৱসায়ত ভাল ৷ বন্ধু-বৰ্গ, ব্যৱসায়ত সফল ৷ দিনটো আনন্দময় হʼব ৷ বাহিৰলৈ বজাৰ কৰিবলৈ যাব পাৰে ৷
মিথুন ৰাশি: বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কামে আনন্দ দিব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ প্ৰশংসা লাভ ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্য সফল হʼব ৷
কৰ্কট ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিব ৷ শুভ দিন । কামত এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ দিনটো ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ হ’ব ৷ ব্যৱসায়ত সফল ৷
সিংহ ৰাশি : ব্যৱসায়ত ভাল হ’ব ৷ লাভ বৃদ্ধি ৷ কামত অধিক ব্যস্ততা ৷ কৰ্ম-ব্যৱসায়ত সফল হ’ব ৷
কন্যা ৰাশি : ভাগ্য ভাল হʼব ৷ সৰু যাত্ৰা বা মন্দিৰ ভ্ৰমণ হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত,বন্ধু-বৰ্গৰ লগত ভাল ৷
তুলা ৰাশি : পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰাত মনোনিৱেশ কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বন্ধুৰ সৈতে ভাল ৷ ৰোগ-পীড়া হ’ব পাৰে ৷
বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব | খৰচ বৃদ্ধি ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
ধনু ৰাশি: দিনটো প্ৰায় ভাল ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব ৷ কৰ্মত ভাল ফল লাভ ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷
মকৰ ৰাশি: অনুসন্ধানমুলক কামৰ বাবে চিন্তা-চৰ্চা কৰিব পাৰে ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ ব্যৱসায় আৰু বন্ধু-বৰ্গ,কার্য-ব্যৱসায়ত সফল ৷
কুম্ভ ৰাশি: দিনটো কঠিন হ’ব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ অধ্যয়নত মনোযোগ দিব ৷ শান্ত হৈ থাকিলে সফলতা লাভ কৰিব ৷
মীন ৰাশি: টকা-পইচাৰ নিশ্চিতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ আমদানি ভাল ৷ উপাৰ্জন অধিক হ’ব ৷ কৰ্ম জীৱনত ভাল বন্ধুত্ব লাভ কৰিব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷