ETV Bharat / city

মহানগৰীৰ শাক-পাচলিৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ

মহানগৰীৰ শাক-পাচলি বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ৷ গ্ৰাহকসকলে নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে ভিৰ কৰিছে বজাৰত ৷

ছয়মাইল অভাৰব্ৰীজ
শাক-পাচলি বজাৰত গ্ৰাহকৰ ভিৰ
author img

By

Published : Mar 23, 2020, 7:15 PM IST

গুৱাহাটী, 23 মাৰ্চ : মঙলবাৰৰ পৰা ৰাজ্যত ল'কডাউন ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছতেই গুৱাহাটীৰ ছয়মাইল অ'ভাৰব্ৰীজৰ তলৰ শাক-পাচলি বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় ৷ উপস্থিত গ্ৰাহকসকলে নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত হৈ পৰে ৷

শাক-পাচলি বজাৰত গ্ৰাহকৰ ভিৰ

এই সন্দৰ্ভত এগৰাকী সচেতন গ্ৰাহকে কয়, "আমি ইয়ালৈ আহিছো‍ যদিও দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন আছে ৷ সকলোৱে নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰাৰ প্ৰয়োজন আছে ৷" লগতে কৰ'ণা ভাইৰাছক লৈ সকলোকে আতংকিত নহ'বলৈও আহ্বান জনাই গ্ৰাহকজনে ৷

আৰু পঢ়ক : মহানগৰীত সম্পূৰ্ণৰূপে বন্ধ চিটি বাছ সেৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.