ETV Bharat / city

ৰাজ্যত কৰ'ণাৰ ভয়াবহ ৰূপ, আক্ৰান্তৰ সংখ্যা 1216 গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 30, 2020, 8:02 AM IST

Updated : May 30, 2020, 11:59 PM IST

এহাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ 1216 গৰাকী হয় ৷

আক্ৰান্তৰ সংখ্যা 1216 গৰাকীলৈ বৃদ্ধি
আক্ৰান্তৰ সংখ্যা 1216 গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক, 30 মে': এহাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ 1216 গৰাকী হয় ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য ৷

  • 📌Alert ~ 31 new cases of #COVID19+

    20 Air travellers, Morigaon 11

    ↗️Total cases 1216
    ↗️Recovered 163
    ↗️Active cases 1046
    ↗️Deaths 04

    Update 11:40 pm / May 30 / Day's total as of now 159#AssamCovidCount pic.twitter.com/0iX8oDcoX7

    — Himanta Biswa Sarma (@himantabiswa) May 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, সক্ৰিয় ঘটনা 1046 টা হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 163 গৰাকীয়ে ৷ মৃতকৰ সংখ্যা 4 গৰাকী ৷

Last Updated : May 30, 2020, 11:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.