ETV Bharat / city

ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি

author img

By

Published : Mar 19, 2020, 11:12 PM IST

ডাঃ মেধিয়ে কয়, "এই ভাইৰাছ সংস্পৰ্শলৈ আহিলেহে বিয়পে । কোনো মাংস খালে যে এই ভাইৰাছে ক্ৰিয়া কৰিব সেয়া মিছা । মাংস খাওঁক কিন্তু ভালকৈ সিজাই খাওঁক ।" সকলোকে চাফ চিকুণভাৱে থাকিবলৈও পৰামৰ্শ আগবঢ়াই গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসকগৰাকীয়ে ।

ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি
ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি

গুাৱাহাটী, 19 মাৰ্চ : বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ আতংক । কৰ'ণাৰ বাবে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন । ব্ৰইলাৰ মুৰ্গীৰ পৰা এই ভাইৰাছ বিয়পে বুলি ৰাইজৰ মাজত এতিয়া প্ৰচলিত হৈ পৰিছে । যাৰ বাবে শংকিত হৈ ৰাইজে এৰিছে মাংস খোৱা । এইক্ষেত্ৰত মতামত প্ৰকাশ কৰে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসক ডাঃ প্ৰদীপ মেধিয়ে । ব্ৰইলাৰ পৰা এই ৰোগ বিয়পি নপৰে বুলি স্পষ্ট কৰি দিয়ে পশু চিকিৎসকগৰাকীয়ে । ৰাইজৰ মাজত এটা ভুৱা বাৰ্তা বিয়পি পৰা বাবেই ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে ।

কিন্তু বৰ্তমান আতংকিত নহৈ সজাগ থাকিবলৈ ৰাইজক আহ্বান জনাই পশু চিকিৎসক ডাঃ প্ৰদীপ মেধিয়ে । ডাঃ মেধিয়ে কয়, "এই ভাইৰাছ সংস্পৰ্শলৈ আহিলেহে বিয়পে । কোনো মাংস খালে যে এই ভাইৰাছে ক্ৰিয়া কৰিব সেয়া মিছা । মাংস খাওঁক কিন্তু ভালকৈ সিজাই খাওঁক ।" সকলোকে চাফ চিকুণভাৱে থাকিবলৈও পৰামৰ্শ আগবঢ়াই গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসকগৰাকীয়ে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.