- বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব (Abdul Khalek resign from senior spokesperson)
- শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কংগ্ৰেছ সাংসদগৰাকীৰ
- কংগ্ৰেছৰ মুখপাত্ৰ তথা আন সকলো পদবীৰ পৰা পদত্যাগ কৰে সাংসগৰাকীয়ে(Congress MP Abdul Khalek resign)
- সাংসদগৰাকীয়ে জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অব্যাহতি লয় সকলো পদবীৰ পৰা
-
I have sent my resignation letter to the President of @INCAssam from Senior Spokesperson and all other party posts to participate in the campaign of Shri @kharge Ji for #CongressPresidentPoll following the guidelines of the Central Election Authority of @INCIndia Party. pic.twitter.com/J7UsrccTBK
— Abdul Khaleque (@MPAbdulKhaleque) October 8, 2022 " class="align-text-top noRightClick twitterSection" data="
">I have sent my resignation letter to the President of @INCAssam from Senior Spokesperson and all other party posts to participate in the campaign of Shri @kharge Ji for #CongressPresidentPoll following the guidelines of the Central Election Authority of @INCIndia Party. pic.twitter.com/J7UsrccTBK
— Abdul Khaleque (@MPAbdulKhaleque) October 8, 2022I have sent my resignation letter to the President of @INCAssam from Senior Spokesperson and all other party posts to participate in the campaign of Shri @kharge Ji for #CongressPresidentPoll following the guidelines of the Central Election Authority of @INCIndia Party. pic.twitter.com/J7UsrccTBK
— Abdul Khaleque (@MPAbdulKhaleque) October 8, 2022
-
- টুইটযোগে এই কথা সদৰী কৰে সাংসদ আব্দুল খালেকে
- ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে
Abdul Khalek resign: কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে সাংসদ আব্দুল খালেকে
কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই পদৰ পৰা অব্যাহতি লৈছে নেতাগৰাকীয়ে ৷ শনিবাৰে টুইটযোগে সাংসদগৰাকীয়ে জানিবলৈ দিয়ে এই তথ্য(Abdul Khalek resign from senior spokesperson) ৷