গুৱাহাটী, ১৩ মাৰ্চঃ বিশ্বজুৰি সৃষ্টি হোৱা কৰ'না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি ৩১ মাৰ্চলৈকে কোনো ধৰনৰ ৰাজহুৱা অনুষ্ঠান বা সভা সমিতিত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্ট কৰি দিয়া হয় এই কথা । একে সময়তে ইয়াৰ বাবে জনসাধাৰণক আতংকিত নহবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । একমাত্ৰ সাৱধানতাৰ জড়িয়তেহে ইয়াক প্ৰতিৰোধ কৰিব পাৰি বুলিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোৱা হয় ।
কৰ'না আতংকঃ ৩১ মাৰ্চলৈকে ৰাজহুৱা অনুষ্ঠানত ভাগ নলয় মুখ্যমন্ত্ৰীয়ে - কৰ'ণা ভাইৰাছ
একে সময়তে ইয়াৰ বাবে জনসাধাৰণক আতংকিত নহবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
![কৰ'না আতংকঃ ৩১ মাৰ্চলৈকে ৰাজহুৱা অনুষ্ঠানত ভাগ নলয় মুখ্যমন্ত্ৰীয়ে cm sarbananda sonowal WILL NOT PARTICIPATE ANY PUBLIC MEETING TILL 31ST MARCH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6400361-thumbnail-3x2-sonowal.jpg?imwidth=3840)