ETV Bharat / city

মহানগৰীত সম্পূৰ্ণৰূপে বন্ধ চিটি বাছ সেৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান

মহানগৰীত অচল হৈ পৰিছে দোকান-পোহাৰৰ লগতে চিটি বাছ সেৱা ৷ বহুকেইটা চিটিবাছ সন্থাই যুটীয়াভাৱে জনাইছিল বন্ধৰ আহ্বান ৷

ব্যৱসায়িক প্ৰতিস্থানো বন্ধ
মহানগৰীত অচল চিটি বাছ সেৱা
author img

By

Published : Mar 23, 2020, 5:36 PM IST

গুৱাহাটী, 23 মাৰ্চ : গুৱাহাটীত সোমবাৰে সম্পূৰ্ণৰূপে অচল হৈ পৰিছে চিটি বাছৰ চলাচল ৷ বহুকেইটা চিটিবাছ সন্থাই যুটীয়াভাৱে দিয়া বন্ধত স্তব্ধ হৈ পৰিছে সকলো চিটিবাছৰ চলাচল ৷

মহানগৰীত অচল চিটি বাছ সেৱা

আনহাতে, চেম্বাৰছ অফ কৰ্মাচে দিয়া বন্ধ অনুসৰি মহানগৰীত প্ৰায়বোৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিস্থানতে তলা ওলমোৱা দেখা গ'ল ৷ জালুকবাৰীৰ পৰা আৰম্ভ কৰি আৰ. জি. বৰুৱা ৰোডলৈকে দেখা পোৱা গ'ল বন্ধৰ প্ৰভাৱ ৷

আৰু পঢ়ক : কৰ'ণাৰ আতংকঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত স্তব্ধ জন-জীৱন !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.