গুৱাহাটী, 30 ছেপ্টেম্বৰ : পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ 2 লাখ টকাৰ পুৰস্কাৰ ৷ অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত জড়িত পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ দুই লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে । ৰাজ্যৰ নিবনুৱাসকলৰ পৰা সংগৃহীত অনুদানেৰে দুৰ্নীতিবিৰোধী সংগঠনটোৱে সন্ধান দিওতাক এই পুৰস্কাৰ দিব বুলি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে জনায় ।
লগতে পঢ়ক : 2021ত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিতঃ জুৰি শৰ্মা বৰদলৈ