- গুৱাহাটীৰ জিএছটি কাৰ্যালয়ত চিবিআইৰ অভিযান(Central GST Commissionerate)
- বৃহৎ কেলেংকাৰী সন্দৰ্ভত চিবিআয়ে চলাই এই অভিযান(GST office in Guwahati)
- চিবিআইৰ 12জনীয়া এটা দলে চলাই এই অভিযান
- বহুলোকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ জিএছটি কাৰ্যালয়ৰ বিৰুদ্ধে
- জিএছটিৰ পৰা বহু প্ৰতিষ্ঠানক ৰেহাই দি অহাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে
- জিএছটি কাৰ্যালয়ৰ আবেদন আৰু অডিট শাখাত চলোৱা হয় এই অভিযান
গুৱাহাটীৰ GST কাৰ্যালয়ত CBIৰ অভিযান - গুৱাহাটীৰ জিএছটি কাৰ্যালয়ত চিবিআইৰ অভিযান
জিএছটিৰ পৰা বহু প্ৰতিষ্ঠানক ৰেহাই দি অহাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে(CBI Raids in GST office at Guwahati) ৷ চিবিআইৰ 12জনীয়া এটা দলে চলাইছে এই অভিযান ৷
![গুৱাহাটীৰ GST কাৰ্যালয়ত CBIৰ অভিযান CBI Raids in GST office at Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16500043-thumbnail-3x2-gst.jpg?imwidth=3840)
গুৱাহাটীৰ GST কাৰ্যালয়ত CBIৰ অভিযান