ETV Bharat / city

আশংকাৰ মাজতেই মঙলবাৰে পুণৰ বিধানসভাৰ বাজেট অধিবেশন

author img

By

Published : Mar 23, 2020, 2:18 PM IST

অধিবেশন পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ৩১ মাৰ্চলৈ যে চলিব তাকে লৈও অনিশ্চয়তাই দেখা দিছে । হয়তো কাইলৈৰ দিনটোতে বাজেট গৃহিত কৰি অধিবেশন সামৰিব লগীয়াও হ'ব পাৰে

budget session of assam assembly
আশংকাৰ মাজতেই মঙলবাৰে পুণৰ বিধানসভাৰ বাজেট অধিবেশন

গুৱাহাটী, ২৩ মাৰ্চ: চৰম আশংকাৰ মাজেৰে কাইলৈ অৰ্থাৎ মঙলবাৰে পুণৰ আৰম্ভ হব অসম বিধানসভাৰ বাজেট অধিবেশন । যিহেতু পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ২৬ মাৰ্চত ২০২০-২১ বৰ্ষৰ বাজেট গৃহিত হোৱাৰ কথা গতিকে আশংকাৰ মাজেৰে হ'লেও পুণৰ আৰম্ভ কৰিবলগীয়া হৈছে সদনৰ অধিবেশন ।

আনহাতে, অধিবেশন পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ৩১ মাৰ্চলৈ যে চলিব তাকে লৈও অনিশ্চয়তাই দেখা দিছে । হয়তো কাইলৈৰ দিনটোতে বাজেট গৃহিত কৰি অধিবেশন সামৰিব লগীয়াও হ'ব পাৰে ।আজি বিয়লি অনুষ্ঠিত হ'ব বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন জৰুৰী বৈঠক । সেই বৈঠকতে গ্ৰহণ কৰা হ'ব চূড়ান্ত সিদ্ধান্ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.