ETV Bharat / city

অসমত কৰ্কট চিকিৎসাৰ অনবদ্য অৱদানৰ বাবে ৰতন টাটালৈ অসম বৈভৱ সন্মান

author img

By

Published : Jan 24, 2022, 8:56 PM IST

টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ (Donation by TATA trust to cancer treatment in Assam) বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান আগবঢ়াইছে (Highest state civilian award to Ratan Tata)।

Highest state civilian award to Ratan Tata

গুৱাহাটী, 24 জানুৱাৰী : টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে (Cancer Hospital in Assam by TATA trust)। টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ আগবঢ়াইছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান অসম বৈভৱ সন্মান (Highest state civilian award to Ratan Tata)। টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে ।

যোৱা বছৰ ৩ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ১৮ খন কৰ্কট হাস্পতাল নিৰ্মাণ কৰি থকা বুলি সদৰি কৰিছিল । চলিত বৰ্ষৰ মাৰ্চত ১৮ খন কৰ্কট হাস্পতালৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল । কিন্তু ১৮ খন কৰ্কট হাস্পতালৰ নিৰ্মাণৰ বহু কাম আধৰুৱা হৈ আছে ।

উল্লেখ্য যে, ২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ ৰতন এন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল (Mou Signed between Assam Govt and TATA trust) । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল । এই চুক্তি মতে, টাটা ট্ৰাষ্টে ৰাজ্য চৰকাৰক ১,০০০ কোটি দিছিল ।

  • It’s a big day today. State’s highest civilian awards will be bestowed on individuals, mostly from grassroots & selected through a citizen-centric process, for their distinguished service to society.

    Hope the recognition inspires others to the cause of building a New Assam. pic.twitter.com/UwfEZj6vXr

    — Himanta Biswa Sarma (@himantabiswa) January 24, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, টাটা ট্ৰাষ্টে ৰাজ্যৰ কৰ্কট চিকিৎসাৰ বাবে আগবঢ়োৱা অৱদানৰ (Donation by TATA trust to cancer treatment in Assam) বাবে ৰাজ্য চৰকাৰে ৰতন এন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান আগবঢ়াইছে (Highest state civilian award to Ratan Tata)। ৰাজ্য চৰকাৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সম্মান অসম বৈভৱ বঁটা ৰতন এন টাটালৈ আগবঢ়োৱা হৈছে (Assam Baibhav award 2021 to Ratan Tata)। সোমাবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰতন এন টাটালৈ এই সন্মান আগবঢ়োৱা হয় । উল্লেখ্য যে, অনুষ্ঠানত ৰতন এন টাটা উপস্থিত হ'ব নোৱাৰিলে ।

লগতে পঢ়ক : Assam Gaurav Award: তাঁ‌তশালত ধৰ্মগ্ৰন্থ বৈ সমাদৃত হোৱা হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁ‌টা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.