গুৱাহাটী,২৬জুন: মঙলবাৰে গুৱাহাটী মহানগৰীৰ চাহ নিলাম কেন্দ্ৰত 'THE GTAC TEA LOUNGE' নামৰ এখন বিশেষ চাহৰ বিপণী মুকলি কৰা হয়। বিপণীখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যাব এই চাহ বিপণীখনত। প্ৰতিগৰাকী গ্ৰাহকে ১০০ টকাৰ পৰা ৩০ হাজাৰ টকীয়া চাহৰ জুতি ল'ব পাৰিব এই বিপণীখনত। উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়েও উপস্থিত হৈ চাহ আৰু ছেণ্ডউইছৰ জুতি লয়।
অসম চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপণী মুকলি মুখ্যমন্ত্ৰীৰ - 'THE GTAC TEA LOUNGE'
মহানগৰীৰ চাহ নিলাম কেন্দ্ৰত 'THE GTAC TEA LOUNGE' নামৰ এখন বিশেষ চাহৰ বিপণী মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
![অসম চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপণী মুকলি মুখ্যমন্ত্ৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3666283-thumbnail-3x2-rtjpg.jpg?imwidth=3840)
চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপনি মুকলি মুখ্যমন্ত্ৰীৰ
গুৱাহাটী,২৬জুন: মঙলবাৰে গুৱাহাটী মহানগৰীৰ চাহ নিলাম কেন্দ্ৰত 'THE GTAC TEA LOUNGE' নামৰ এখন বিশেষ চাহৰ বিপণী মুকলি কৰা হয়। বিপণীখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যাব এই চাহ বিপণীখনত। প্ৰতিগৰাকী গ্ৰাহকে ১০০ টকাৰ পৰা ৩০ হাজাৰ টকীয়া চাহৰ জুতি ল'ব পাৰিব এই বিপণীখনত। উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়েও উপস্থিত হৈ চাহ আৰু ছেণ্ডউইছৰ জুতি লয়।
চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপনি মুকলি মুখ্যমন্ত্ৰীৰ
চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপনি মুকলি মুখ্যমন্ত্ৰীৰ
Intro:মঙলবাৰে মহানগৰীৰ চাহ নিলাম কেন্দ্ৰত THE GTAC TEA LOUNGE নামৰ এখন বিশেষ চাহৰ বিপনি মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই বিপনি খনত অসমৰ বিভিন্ন প্ৰকাৰ চাহপাতৰ লগতে চাহৰ জুতি লব পাৰিব গ্ৰাহক সকলে । এই বিপনি খনত অসমৰ বিভিন্ন প্ৰকাৰ চাহ উলব্ধ । ১০০ টকাৰ পৰা ৩০ হাজাৰ টকাৰ চাহ উপলব্ধ হব এই কেন্দ্ৰটোত । উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকি চাহ আৰু ছেনবীজৰ চাহৰো জুতি লয় ।
Body:মঙলবাৰে মহানগৰীৰ চাহ নিলাম কেন্দ্ৰত THE GTAC TEA LOUNGE নামৰ এখন বিশেষ চাহৰ বিপনি মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই বিপনি খনত অসমৰ বিভিন্ন প্ৰকাৰ চাহপাতৰ লগতে চাহৰ জুতি লব পাৰিব গ্ৰাহক সকলে । এই বিপনি খনত অসমৰ বিভিন্ন প্ৰকাৰ চাহ উলব্ধ । ১০০ টকাৰ পৰা ৩০ হাজাৰ টকাৰ চাহ উপলব্ধ হব এই কেন্দ্ৰটোত । উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকি চাহ আৰু ছেনবীজৰ চাহৰো জুতি লয় ।
Conclusion:

Last Updated : Jun 26, 2019, 7:01 PM IST