ETV Bharat / city

31 মাৰ্চ পৰ্যন্ত অসম সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা

author img

By

Published : Mar 18, 2020, 1:05 PM IST

Updated : Mar 18, 2020, 2:53 PM IST

অসম সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ ৷ 31 মাৰ্চলৈকে প্ৰৱেশ কৰিব নোৱাৰিব সচিবালয়ত ৷

কৰ'ণাভাইৰাছ আতংক
অসম সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ

গুৱাহাটী,18 মাৰ্চ : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ এক প্ৰতিবেদন যোগে সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে । সেই অনুসৰি, 31 মাৰ্চ পৰ্যন্ত সচিবালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোকে ৷

কৰ'ণাভাইৰাছ আতংক
31 মাৰ্চ পৰ্যন্ত অসম সচিবালয়ত প্ৰৱেশত নিষেধাজ্ঞা

জৰুৰীকালিন তথা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কোনো তথ্য লাভৰ বাবে টেলিফোন অথবা ই-মেইলৰ দ্বাৰা যোগাযোগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে সচিবালয়ৰ আয়ুক্ত এম. অংগামুথুয়ে ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছ আতংক সৃষ্টি হোৱাৰ ফলত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ । ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ লগতে গণসমাৱেশ ঘটা স্থানসমূহ ।

আৰু পঢ়ক : ধুবুৰী ৰেলৱে ষ্টেচনত নাই মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস

Last Updated : Mar 18, 2020, 2:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.