ETV Bharat / city

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1 - died 1

এম এল 10 বি 1455 নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে একে দিশে গুৱাহাটী অভিমুখে গৈ থকা এ এছ 21 ই 5797 নম্বৰৰ বাইকখনক খুন্দিয়ায় যাৰ ফলত মালয়বাৰীৰ বৰপাক নিবাসী চম্পক দাস নিহত হয়৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে গুৱাহাটীলৈ আহিছিল মৃত যুৱকজন ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1
author img

By

Published : Apr 28, 2019, 12:38 PM IST

Updated : Apr 28, 2019, 1:41 PM IST

গুৱাহাটী, 28 এপ্ৰিলঃ যোৰাবাট যানবাহন আৰক্ষী চকীৰ অন্তৰ্গত 11 মাইলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এম এল 10 বি 1455 নম্বৰৰ তীব্ৰ বেগী ট্ৰাকখনে একে দিশে গুৱাহাটী অভিমুখে গৈ থকা এ এছ 21 ই 5797 নম্বৰৰ বাইক খনক খুন্দিয়ায় যাৰ ফলত মালয়বাৰীৰ বৰপাক নিবাসী চম্পক দাস নিহত হয়৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে গুৱাহাটীলৈ আহিছিল মৃত যুৱকজন ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাঃ নিহত 1

আৰু পঢ়ক ৰহাত ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰে'ল

দুৰ্ঘটনাত পতিত হোৱা বাইক চালকগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত চম্পক দাসক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনে । এই সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

A_GHY_801_28APRIL_ROAD_ACCIDENT_VISUAL_ASRAR

যোৰাবাট যানবাহন আৰক্ষী চকীৰ অন্তৰ্গত ১১ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাক এম এল ১০ বি ১৪৫৫ একে দিশে গুৱাহাটী অভিমুখে গৈ থকা এখন বাইক এ এছ ২১ ই ৫৭৯৭ ক খুন্দিয়াই যাৰ ফলত মালয়বাৰীৰ বৰপাক নিৱাসী চম্পক দাস গুৰুতৰভাৱে আহত হয় । আহত বাইক আৰোহীক  গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে । এই সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে , ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ট্ৰাকৰ চালক আৰু হেণ্ডিমেন জন পলাই যাবলৈ সক্ষম হয় ।

Visual at Ftp
Asrar Ansari 
  Guwahati 
Last Updated : Apr 28, 2019, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.