গুৱাহাটী, 14 আগষ্টঃ গুৱাহাটী IIT ৰ পৰা পি এইড ডি ডিগ্ৰী লাভ কৰা এইগৰাকী অসাধাৰণ ব্যক্তিৰ সাধাৰণ জীৱনশৈলীৰ কথা ইমানেতেই শেষ হোৱা নাই ৷ ছাত্ৰ অৱস্থাৰ পৰাই কামৰ সৰু-বৰ বিচাৰ নকৰি নিজেই উপাৰ্জন কৰি আহিছে নিজৰ হাত খৰচ ৷
গুৱাহটীৰ ৰাজপথত ৰেপিড' বাইক টেক্সি চলোৱা প্ৰৱক্তাগৰাকী - অসম ডন বক্স ইউনিৰ্ভাচিটি
বাতৰিৰ শিৰোনাম দখল কৰা এইগৰাকী সাধাৰণ বাইক টেক্সি চালক নহয় ৷ চাল-চলনে নিত্যান্তই সাধাৰণ যেন দেখা এইজন ৰেপিড' বাইক টেক্সি চালক পেছাত এগৰাকী সহকাৰী অধ্যাপক ৷
গুৱাহটীৰ ৰাজপথত ৰেপিড' বাইক টেক্সি চলোৱা প্ৰৱক্তাগৰাকী
গুৱাহাটী, 14 আগষ্টঃ গুৱাহাটী IIT ৰ পৰা পি এইড ডি ডিগ্ৰী লাভ কৰা এইগৰাকী অসাধাৰণ ব্যক্তিৰ সাধাৰণ জীৱনশৈলীৰ কথা ইমানেতেই শেষ হোৱা নাই ৷ ছাত্ৰ অৱস্থাৰ পৰাই কামৰ সৰু-বৰ বিচাৰ নকৰি নিজেই উপাৰ্জন কৰি আহিছে নিজৰ হাত খৰচ ৷
Intro:Body:
IIT PROF RAPIDO
Conclusion: