ETV Bharat / city

COVID-১৯ : ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকী

author img

By

Published : Aug 18, 2020, 4:07 AM IST

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰাজ্যত সোমবাৰে পুনৰ 2,792 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ৰাজ্যত বৰ্তমানেও সংক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকী ৷

ASSAM COVID UPDATE : TOTAL ACTIVE CASES TILL NOW 22,733

নিউজ ডেস্ক, 18 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত পুনৰ নতুনকৈ 2,792 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 458 গৰাকী লোক কামৰূপ মেট্ৰ’ৰ হোৱাৰ বিপৰীতে কামৰূপ গ্ৰাম্যৰ আছে 195 গৰাকী, ডিব্ৰুগড়ৰ 225 গৰাকী আৰু কাছাৰৰ 227 গৰাকীকৈ লোক ৷

ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 49,510 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে ৷ য’ত 2,792 গৰাকী লোক ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

  • 📌Alert ~ 2792 #COVID cases detected today out of 49510 tests done in last 24 hours

    Positivity Rate- 5.63%

    Kamrup (M)- 458, Cachar- 227, Dibrugarh- 225, Kamrup (R)- 195

    ↗️Total cases 79667
    ↗️Recovered 55216
    ↗️Active cases 24252
    ↗️Deaths 197

    9:45 PM, Aug 17 pic.twitter.com/uXwFqXWarg

    — Himanta Biswa Sarma (@himantabiswa) August 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগে-লগে ৰাজ্যখনত ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে 79,667 গৰাকী ৷ আনহাতে সোমবাৰৰ দিনটোত 1,519 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 56,734 গৰাকী

  • 📌 Discharge Alert

    1⃣5⃣1⃣9⃣ patients discharged today

    Another good day when so many recovered patients are heading back to their families. Good job doctors & nurses!

    😊Total Discharged Patients: 56734
    😑Active Patients: 22733

    9:55 PM/Aug 17#AssamCovidCount #AssamFightsCovid pic.twitter.com/GGGk20NkGP

ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 22,733 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 197 গৰাকী

লগতে চাওক-পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.