ETV Bharat / city

ভয়ংকৰ সংক্ৰমণ : ৰাজ্যত পুনৰ 2112 গৰাকীকৈ লোক ক’ভিড পজিটিভ

author img

By

Published : Jul 31, 2020, 5:08 AM IST

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ মুঠ 2112 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 210 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 283 গৰাকীকৈ লোক ৷ আনহাতে শোণিতপুৰত 132 গৰাকী আৰু নগাঁৱত আক্ৰান্ত 211 গৰাকী লোক ৷

assam covid 19 update 2112 new covid cases in state

নিউজ ডেস্ক, 31 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 2112 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 210 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 283 গৰাকীকৈ লোক ৷ আনহাতে শোণিতপুৰত 132 গৰাকী আৰু নগাঁৱত 211 গৰাকী লোকৰ দেহতো ধৰা পৰিছে এই ভাইৰাছ ৷

  • 📌Alert ~ 2112 new #COVID cases detected in Assam out of 41028 tests in last 24 hrs.

    Kamrup (M): 283 Nagaon: 211 Kamrup (R): 210 Sonitpur: 132

    Positivity rate~ 5.14%

    ↗️Total cases 38407
    ↗️Recovered 27832
    ↗️Active cases 10478
    ↗️Deaths 94

    10:00 PM, July 30#AssamCovidCount pic.twitter.com/pFMO0qE6NL

    — Himanta Biswa Sarma (@himantabiswa) July 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 41028 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হয় ৷ ইয়াৰে 2112 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

  • 📌 Discharge Alert

    1⃣2⃣4⃣8⃣ patients have been discharged today

    The consistency of our good recovery rate is a reflection of continuous efforts & dedication of our teams. Gratitude!

    😊Total Discharged Patients: 29080
    😑Active Patients: 9230

    10:15 PM/July 30#AssamCovidCount pic.twitter.com/YDMU080M2d

ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 38407 গৰাকী ৷ আনহাতে বৃহস্পতিবাৰৰ দিনটোত 1248 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 29080 গৰাকীকৈ লোকে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 9230 টা ঘটনা ৷ ইপিনে দিনটোত নতুনকৈ দুজন লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 94 গৰাকী

লগতে চাওক-প্ৰলয়ংকৰী বান : মৃতকৰ সংখ্যা 108 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.