ETV Bharat / city

101 লৈ বৃদ্ধি পালে ৰাজ্যত ক’ভিড-19ত মৃত্য়ুৰ সংখ্যা - স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

পুনৰ 1457 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ শনিবাৰৰ দিনটোত পুনৰ মুঠ 1457 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 275 গৰাকী কামৰূপ মেট্ৰ’ৰ হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ 136 গৰাকী আৰু শোণিতপুৰৰ হৈছে 116 গৰাকী লোক ৷

শতকৰ পাৰ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

author img

By

Published : Aug 1, 2020, 11:37 PM IST

Updated : Aug 2, 2020, 7:40 AM IST

নিউজ ডেস্ক, 1 আগষ্ট : ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড-19 ৰ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ৷ শনিবাৰে পুনৰ নতুনকৈ 1457 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 275 গৰাকী কামৰূপ মেট্ৰ’ৰ হোৱাৰ বিপৰীতে 136 গৰাকী ডিব্ৰুগড় জিলাৰ আৰু শোণিতপুৰ জিলাৰ হৈছে 116 গৰাকীকৈ লোক ৷

  • 📌Alert ~ 1457 new #COVID19 cases detected out of 27161 tests conducted in last 24 hrs.

    Our positivity rate continues to be low at 5.36%

    Kamrup (M): 275, Dibrugarh: 136, Sonitpur: 116

    ↗️Total cases 41726
    ↗️Recovered 30357
    ↗️Active cases 11265
    ↗️Deaths 101

    8:55 PM, Aug 01 pic.twitter.com/0e9F7yJqXf

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 27161 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে ৷ ইয়াৰে 1457 গৰাকী ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

  • 📌 Discharge Alert

    1⃣0⃣8⃣5⃣ patients have been discharged today.

    Heartening to see that the number of recovered patients is thrice to that of active patients. Kudos, team doctors!

    😊Total Discharged Patients: 31442
    😑Active Patients: 10,180

    10:05 PM/Aug 01#AssamCovidCount pic.twitter.com/V4Jz02Gj9h

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2020 -8">" class="align-text-top noRightClick twitterSection" data=" -8">"> -8">

ইয়াৰ লগে-লগে ৰাজ্যখনত বৰ্তমানে ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 41726 গৰাকী ৷ আনহাতে শনিবাৰৰ দিনটোত 1085 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 31442 গৰাকী ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 10,180 টা ঘটনা ৷ ইপিনে দিনটোত নতুনকৈ 3 গৰাকী লোকৰ মৃত্যু হোৱাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 101 গৰাকী

লগতে চাওক-কোভিড-19ৰ সময়ত নগৰীয়া অঞ্চলত ভয়ানকভাৱে বৃদ্ধি পানীৰ ব্যৱহাৰ

Last Updated : Aug 2, 2020, 7:40 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.