ETV Bharat / city

ৰাজপথত নামিল সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতি - ৰাজপথত নামিল সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতি

আত্মসমৰ্পন কাৰী আলফা সদস্যসকলৰ বিভিন্ন সমস্যা সমস্যা সমাধানৰ দাবীত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতিৰ ৷

All assam surrendered ulfa protest
author img

By

Published : Sep 28, 2019, 6:55 AM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ: স্বাধীন অসমৰ দাবীত শুকুৰবাৰে গুৱাহাটীৰ চচলত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতিৰ ৷ মূলতঃ অসমক জনজাতীয় স্বায়ত্ব শাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা, আত্মসমৰ্পণকাৰী আলফা সদস্য সকলৰ সংস্থাপনৰ লগতে আদালতত চলি গোচৰ সমূহ প্ৰত্যাহাৰ কৰা আৰু ৰাজ্যৰ পৰা বিদেশীক বহিষ্কাৰ কৰাৰ দাবীত আলফা সমিতিয়ে সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

ৰাজপথত নামিল সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতি

ইয়াৰোপৰিও, প্ৰাক্তন আলফা নেতা ৰাজকুমাৰ দুৱৰাৰ অভিযোগ, অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া চলাই আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰে ৷ এনেকৈ চৰকাৰ খনে সমগ্ৰ অসমীয়া জাতিকে চৰম বিশ্বাসঘাটকতা কৰিছে বুলিও সভাপতি ই অভিযোগ উত্থাপন কৰে দুৱৰাই । লগতে, অসমৰ জলন্ত সমস্যা আৰু আত্মসমৰ্পণকাৰী আলফাৰ সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত স্বাধীন অসমৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে আত্মসমৰ্পনকাৰী আলফা নেতাগৰাকীয়ে ।

Intro:স্বাধীন অসমৰ দাবীত সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতিৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

Body:মূলত অসমক জনজাতিয় স্বায়ত্ব শাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা,আত্মসমৰ্পণকাৰী আলফা সদস্য সকলৰ সংস্থাপনৰ লগতে আদালতত চলি গোচৰ সমূহ প্ৰত্যাহাৰ কৰা আৰু ৰাজ্যৰ পৰা বিদেশীক বহিষ্কাৰ কৰাৰ দাবীত আলফা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া চলাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰে অসমীয়া জাতিক চৰম বিশ্বাসঘাটকতা কৰা বুলি সভাপতি ৰাজকুমাৰ দুৱৰাই অভিযোগ উত্থাপন কৰে । অসমৰ জলন্ত সমস্যা আৰু আত্মসমৰ্পণকাৰী আলফাৰ সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত স্বাধীন অসমৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি ৰাজকুমাৰ দুৱৰাই স্পষ্ট কৰি দিয়ে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.