ETV Bharat / city

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Jul 17, 2019, 9:05 PM IST

চাও আহক আজিৰ দিনটোত সংঘটিত ইতিহাসৰ কেইটামান বিশেষ ঘটনা ।

ইতিহাসত আজিৰ দিনটো

1996 চনৰ আজিৰ দিনটোতে মাদ্ৰাজক চেন্নাই নামেৰে নামাকৰণ কৰা হৈছিল । চেন্নাই নামটো তেলেগু মূলৰ লগত সংগতি থকা বাবে তামিলনাডু চৰকাৰে মাদ্ৰাছৰ নামটো সলনি কৰি চেন্নাই নামেৰে নামাংকৰণ কৰে ৷

আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস । 2010 চনত উগাণ্ডাৰ কোপালাত আয়োজিত ৰোম সংবিধানৰ সমীক্ষা সন্মিলনত আজি দিনটো আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হিচাপে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

1944 চনৰ আজি দিনটোতে ছান ফ্ৰান্সিকোৰ উপকূলৰ সমীপৰ কেল'ফৰ্ণিয়া বন্দৰত যুদ্ধৰ বাবে দুখন জাহাজত কঢ়িয়াই অনা বিস্ফোৰকৰ বিস্ফোৰণত প্ৰায় 320 জন লোকৰ ৷

2010 বৰ্ষৰ আজিৰ দিনটোতে বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতীয় ছাটলাৰ ছাইনা নেহৱালৰ স্থান তৃতীয়লৈ উন্নীত হয় । মহিলাৰ ছিংগলছ শাখাত এই স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ ।

1712 চনৰ আজি দিনটোতে গ্ৰেট ব্ৰিটেইন, পৰ্তুগাল আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত হৈছিল যুদ্ধবিৰতি চুক্তি ৷

1775 চনৰ আজি দিনটোতে প্ৰথমবাৰৰ বাবে মিলিটেৰি চিকিৎসালয় নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.