ETV Bharat / city

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ - বৰঝাৰ বিমানবন্দৰ

ন-ৰূপ ল'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ৷ এই সন্দৰ্ভত Airport Authority of Indiaৰ সংবাদমেল ।

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ
author img

By

Published : Sep 19, 2019, 7:02 PM IST

গুৱাহাটী, 19 চেপ্তেম্বৰঃ ৰাজ্যবাসীৰ বাবে সু-খবৰ৷ অতি শীঘ্ৰেই ন ৰূপ ল'ব বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে । সম্পূৰ্ণ নতুন আৰ্হিত উজ্বলিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । এই কথা এক সংবাদমেল যোগে সদৰি কৰিলে Airport Authority India ৰ বিষয়ববীয়াই । বৰঝাৰস্থিত Airport Authority of Indiaৰ উত্তৰ-পূৱ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আঞ্চলিক প্ৰৱন্ধক সঞ্জিৱ জিন্দালে । ২০২১ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব এই নতুন টাৰ্মিনেলৰ ।

ন-ৰূপত বৰঝাৰ বিমানবন্দৰ

বিভিন্ন সা-সুবিধা থাকিব এই নতুন টাৰ্মিনেলত । ১০০০ ৰো অধিক CC camera,অগ্নিনিৰ্বাপনৰ বিশেষ সুবিধাকে ধৰি বহুতো অত্যাধুনিক সামগ্ৰী উপলব্ধ হ'ব বিমানবন্দৰটোত । ১২৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বিমানবন্দৰতো । পুনৰ নিৰ্মাণ হৈ থকা বিমানবন্দৰটোত যাত্ৰীৰ সুবিধাৰ বাবে অৱলম্বন কৰা হৈছে বিভিন্ন নতুন ব্যৱস্থা ।

Intro:ন ৰূপ ল'ব বৰঝাৰ বিমানবন্দৰে ! এই সন্দৰ্ভত Airport Authority Indiaৰ সংবাদমেল । Body:Ocvo…ন ৰূপ ল'ব বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰে । ৰূপ সলাব বিমানবন্দৰখনে । সম্পুৰ্ণ নতুন আৰ্হিত উজ্বলিব বিমানবন্দৰখন । আজি এই কথা এক সংবাদমেলযোগে সদৰি কৰিলে Airport Authority Indiaই । বৰঝাৰস্থিত Airport Authority Indiaৰ উত্তৰ-পুৱ মুখ্যকাৰ্য্যলয়ত অনুস্থিত হোৱা সংবাদমেলযোগে এই কথা জনালে উত্তৰ-পুৱ Regional Director সঞ্জিৱ জিন্দালে । ২০২১ৰ ভিতৰত নিৰ্মানকাৰ্য সম্পুৰ্ণ হ'ব এই নতুন টাৰ্মিনেলৰ । বিভিন্ন সা-সুবিধা থাকিব এই নতুন টাৰ্মিনেলত । ১০০০ৰো অধিক CC camera,অগ্নিনিৰ্বাপনৰ বিশেষ সুবিধাকে ধৰি বহুতো অত্যাধুনিক সামগ্ৰীৰে জৰ্জৰিত হ'ব বিমানবন্দৰখন । ১২৩২কৌটি টকা ব্যায় সাপেক্ষে নিৰ্মান হ'ব বিমানবন্দৰতো । Conclusion:বৰ্তমান নতুনকৈ পুননিৰ্মান হৈ থকা বিমানবন্দৰখনত যাত্ৰীৰ সুবিধাৰ বাবে বিভিন্ন ন-ন ব্যৱস্থা অৱলম্বন কৰিছে ।

Bite.. Regional Director

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.