ETV Bharat / city

ডিজিটেল পদ্ধতিৰে কৃষকক সহায় কৰিব জে ফাৰ্ম চাৰ্ভিছেঃ অতুল বৰা

author img

By

Published : Aug 27, 2019, 7:15 PM IST

মহানগৰীৰ দিছপুৰস্থিত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল । সংবাদমেলত কামৰ খতিয়ানেৰ লগতে নতুনকৈ লোৱা আঁচনি সমূহৰ বিষয়েও মন্তব্য প্ৰকাশ ৷

মহানগৰীৰ দিছপুৰ স্থিত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 27 আগষ্টঃ

  • মহানগৰীৰ দিছপুৰস্থিত কাৰ্যালয়ত কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল
  • 2022চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে এক আঁচনি যুগুত কৰিছে কৃষি বিভাগে
  • সংবাদমেলত মন্ত্ৰী অতুল বৰাই কৃষকৰ বাবে মুকলি কৰিলে এটা বিশেষ এপ
    মহানগৰীৰ দিছপুৰ স্থিত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল
  • এপটোৰ নাম JFarm Services Farmer to Farmer Mobile Application
  • এই এপৰ জৰিয়তে কৃষকে ট্ৰেক্টৰকে ধৰি ভাৰালৈ ল'ব পাৰিব অন্যান্য কৃষি সঁজুলি
  • 9 কি:মি:ব্যাসাৰ্দ্ধ সামৰি ল'ব এই এপটোৱে
  • জে ফাৰ্ম চাৰ্ভিছ নামৰ কোম্পানীটোৱে কৃষিৰ সঁজুলি প্ৰদান কৰিব কৃষকক
  • ডিজিটেল পদ্ধতিৰে কৃষকক সহায় কৰিব জে ফাৰ্ম চাৰ্ভিছে
  • কোম্পানী টোৰ পৰ্টেলত কৃষকসকলে নাম পঞ্জীয়ন কৰিব লাগিব
  • লগতে কাজিৰঙাত কৃষি বিভাগে স্থাপন কৰিব অৰ্কিড উদ্যান
  • কৃষি খণ্ডত ব্যাপক পৰিৱৰ্তনৰ লক্ষ্য কৃষিমন্ত্ৰী অতুল বৰাৰ
  • কৃষি বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰীগৰাকীয়ে
  • তাৰোপৰি ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ কথাও সদৰি কৰিলে মন্ত্ৰী জনে

Intro:মহানগৰীৰ দিছপুৰ স্থিত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল । সংবাদমেলত কামৰ খতিয়ানেৰ লগতে নতুনকৈ লোৱা আঁচনি সমূহৰ বিষয়েও মন্তব্য ।
Body:• 2022চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে চৰকাৰে এলানি আচনি যুগুত কৰিছে কৃষি বিভাগে ।
• জে ফাৰ্ম চাৰ্ভিছ নামৰ কোম্পানী টোৱে ইয়াৰ বাবে কৃষিৰ যান্ত্ৰিক সজুলি কৃষকক প্ৰদান কৰিব ।
• জে ফাৰ্ম চাৰ্ভিছে ডিজিটেল পদ্ধতিৰে কৃষকক সহায় কৰিব ।
• কোম্পানী টোৰ প'ৰ্টেলত কৃষকসকলে নাম পঞ্জীয়ন কৰিব লাগিব: অতুল বৰা
• কাজিৰঙাত কৃষি বিভাগে স্হাপন কৰিব অৰ্কিড উদ্যান: অতুল বৰা ।
• কৃষি খণ্ডত ব্যাপক পৰিবৰ্তনৰ লক্ষ্য কৃষিমন্ত্ৰীৰ
কৃষি বিভাগে ৰূপায়ন কৰা অলেখ আচনিৰ খতিয়ান ৰ
• লগতে ভৱিষ্যতে ৰূপায়ণ কৰিব লগীয়া আচনিৰ কথা সংবাদ মেলত সদৰী কৰিলে মন্ত্ৰী জনে
• মন্ত্ৰী অতুল বৰাই কৃষকৰ বাবে মুকলি কৰিলে এটা বিশেষ app
Conclusion:• এই app ৰ জৰিয়তে কৃষকে ট্ৰেক্টৰকে ধৰি অন্যান্য কৃষি সজুলি ভাড়ালৈ লব পাৰিব ।
• 9 কি:মি:ব্যাসাৰ্দ্ধ সামৰি লব app,টোৱে
App টোৰ নাম Jfarm Services Farmer to Farmer Mobile Application ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.