ETV Bharat / city

মহানগৰীত আৰম্ভ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ - সাহিত্য

অসমীয়া সাহিত্যৰ সৈতে আন্তৰ্জাতিক সাহিত্যৰ মিলন ঘটাবলৈ শনিবাৰৰ পৰাই গুৱাহাটী মহানগৰীত আৰম্ভ হয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ৷ দেশী-বিদেশী ন-পুৰণি বহু লেখকে অংশগ্ৰহণ কৰিবলগীয়া এই উৎসৱত ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
author img

By

Published : Feb 9, 2019, 2:33 PM IST

গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃ শনিবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণ ৷ মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই সাহিত্য উৎসৱ ৷

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
undefined

দেশ-বিদেশৰ বহু গুণী-জ্ঞানী লোকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত পুৱাৰে পৰাই ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় তথা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ শনিবাৰে বিয়লি ভাগত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই সাহিত্য উৎসৱ ৷ আনহাতে দেওবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই ৷

Intro:শনিবাৰৰ পৰা মহানগৰীৰ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ । দেশী- বিদেশৰ সাহিত্যক গুণী জ্ঞানী লোকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত । পোৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সকলে ভিৰ কৰিছেহি সাহিত্য উৎসৱত । আনহাতে বিয়লি আনুষ্ঠানিক ভাৱে মুকলি কৰিব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ । দেওবাৰে এই উৎসৱত অংশগ্ৰহণ কৰিব মানিশা কৈৰালাই ।

Body:শনিবাৰৰ পৰা মহানগৰীৰ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ । দেশী- বিদেশৰ সাহিত্যক গুণী জ্ঞানী লোকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত । পোৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সকলে ভিৰ কৰিছেহি সাহিত্য উৎসৱত । আনহাতে বিয়লি আনুষ্ঠানিক ভাৱে মুকলি কৰিব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ । দেওবাৰে এই উৎসৱত অংশগ্ৰহণ কৰিব মানিশা কৈৰালাই ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.